কিশোৰ মনজিৎ বৰা
চেৰেক চেৰেক চৰাইৰ
তীৰ্যক মাতটো
নুশুনিও শুনো
তাঁতশালৰ ৰঙাফুল
নেদেখাকৈয়ো দেখো
বেলিজনীৰ সৰুগাঁঠিত বিষটো কেৰেচীয়াকৈ নামি আহে
ভৰিৰ কেঞা আঙুলিলৈ
আকাশত জেঠৰ বাৰখৰ
গছৰ তলত
হৰ্তন ৰুহিতনৰ ছাঁ-পোহৰ
কিশোৰ মনজিৎ বৰা
চেৰেক চেৰেক চৰাইৰ
তীৰ্যক মাতটো
নুশুনিও শুনো
তাঁতশালৰ ৰঙাফুল
নেদেখাকৈয়ো দেখো
বেলিজনীৰ সৰুগাঁঠিত বিষটো কেৰেচীয়াকৈ নামি আহে
ভৰিৰ কেঞা আঙুলিলৈ
আকাশত জেঠৰ বাৰখৰ
গছৰ তলত
হৰ্তন ৰুহিতনৰ ছাঁ-পোহৰ