অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী
নিতুপৰ্ণ ৰাজবংশী
পঙ্কজ প্ৰতিম বৰদলৈ বৰ্তমান সময়ত উচ্চশিক্ষাৰ ক্ষেত্ৰখনত চলি থকা বিভিন্ন ঘটনাৰাজিয়ে উচ্চশিক্ষাৰ উদ্দেশ্যৰ সংকটক ঘনীভূত কৰিছে৷ শিক্ষাৰ উদ্দেশ্য আৰু ব্যৱস্থাপনাৰ সংমিশ্ৰণৰে চলি থাকিব লগা বিশ্ববিদ্যালয়সমূহ, যিবিলাক মূলতঃ চিন্তা-চেতনা আৰু আদৰ্শৰ প্ৰশিক্ষণাগাৰ আৰু ভৱিষ্যতৰ মানৱ সম্পদৰ জন্মভূমি হিচাপে চিহ্নিত, সেয়া কেতিয়াবা নিজই…
কবি : থমাছ বাৰ্ণহাৰ্ড (Thomas Bernhard , অষ্ট্ৰিয়া) অনুবাদ : ড° ৰঞ্জিত দত্ত এখন পানীৰ কম্বলত মই সী লৈছোঁ মোৰ দিনবোৰক, মোৰ ভগৱানক আৰু মোৰ অসুখবোৰক। এখন সেউজীয়াৰ কম্বলত সী লৈছোঁ মই মোৰ ৰক্তিম বেদনাবোৰক, নীলাভ পুৱাবোৰক, মোৰ হালধীয়া গাঁওখন…
(প্ৰিয় শিল্পী জুবিন দা-লৈ) পাপু মজুমদাৰ সময়ৰ কিয় মৃত্যু নহ’ল ? সময় নিৰ্মম নিষ্ঠুৰ সময়ে কিয় কাঢ়ি নিলে তোমাক ? আজি বিশ্ব স্তম্ভিত, সংগীত বাকৰুদ্ধ আমি কিয় চিঞৰিছো তুমি নাই, তুমি নাই বুলি…. এয়া যে আমাৰ বাবে অকল্পনীয়, অবিশ্বাস্য….. …
বিনিময় দাস মানুহজনে সদায় নিজৰ ব্ৰেকফাষ্টৰ পৰা অলপ ৰুটি বেলকনিয়েদি ফুটপাথত পেলাই দিয়ে – ৰাস্তাৰ কুকুৰ আৰু চৰাইবোৰে খাবলৈ ৷ মানুহজনে খোৱাখিনি দি আৰু ৰৈ নাথাকে – ব্যস্ত হৈ পৰে নিজৰ কামত যাবলৈ ৷ মই আজি সেইফালেই গৈছিলোঁ,…
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত গৃহিণীসকল কেৱল গৃহকেন্দ্ৰিক ভূমিকাত সীমাবদ্ধ নহয়৷ সময়, প্ৰযুক্তি আৰু সামাজিক মনোভাৱৰ পৰিৱৰ্তনৰ ফলস্বৰূপে, তেওঁলোকে নিজৰ ঘৰৰ পৰা উপাৰ্জনৰ সুযোগ সৃষ্টিৰে আত্মনিৰ্ভৰশীল জীৱন গঢ়ি তুলিব পাৰিছে৷ ঘৰুৱা ব্যৱসায় হৈছে এনে এখন ক্ষেত্ৰ, য’ত গৃহিণীয়ে নিজৰ…
জয়ন্ত মাধৱ বৰা ৷৷ এঘাৰ৷৷ মেলাৰ দ্বিতীয় দিনা দোকানখন অকলে চম্ভালাতো গণেশৰ বাবে টান হৈ পৰিল৷ তাৰ দোকানখনৰ ঠাইকণ ভাল৷ মন্দিৰৰ পৰা ওলাই আহিয়েই পোনে পোনে পায়৷ সেৱা-সৎকাৰ কৰি আহি সকলোৱে চাহ একাপ খাব বিচাৰে৷ কোনোবা সময়ত গ্ৰাহকে…
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী এই সময় জুবিনময়৷ কাণত আৰু বুকুত বাজি আছে জুবিনৰ গীত আৰু মাত৷ দোকান-পোহাৰ, মানুহৰ ঘৰৰ পৰা ভাহি আহিছে জুবিনৰ কণ্ঠ৷ জুবিনৰ নতুন-পুৰণি গীতবোৰ মানুহে এনেদৰে শুনি আছে– যেন জুবিনবিহীন দুখৰ সময়খিনিক গীতৰ…
(Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম (দুই) নিনাদ অহাৰ আগতে, দিল্লীৰ পৰা গৈ নাহৰৰ দেশত (গ’গা, ক্লিম্ট্ আৰু জিব্ৰানৰ কেইখনমান বিশেষ পেইণ্টিঙে যেতিয়া মোৰ মন-মগজুত ভৰ কৰিছিল) কিছুমান কথাৰ আৰম্ভণিৰ বিন্দু ঠিক কোনখিনিত কোৱাটো জটিল৷ কিছুমান কথাৰ আৰম্ভণিৰ…
গোৱিন কুমাৰ খাউণ্ড জৰিগুৰিৰ মানুহৰ বাবে আপদ হৈ পৰা সৰগী এতিয়া নৰকত পৰিণত হৈছে শৰৎ শৰ্মাৰ বাবে। অসুস্থ নীলৰ পুতেক মৃগাংকক আছুৰ পৰা বহিষ্কাৰ কৰাৰ পাছত শৰ্মাই সৰগীতে সংস্থাপিত কৰিছিল। পিছে হিতে বিপৰীত হৈছৈ। মিলিটেৰীৰ মহামন্ত্ৰ লৈ মৃগাংক এতিয়া…