একুঁকি কবিতা
প্ৰাণজিৎ মহন্ত (১) সকলো কথাৰে এটা সীমা আছে তোমাক কওঁতে তুমি ক’লা একমাত্ৰ প্ৰেমৰ কথাক বাদ দি কিন্তু (২) শৰতত দিনে-নিশাই বৰষুণ দি থাকিলেও বাৰিষা বুলি কোনেও নকয় (৩) হেমন্ত আৰম্ভ হোৱাই নাই মনটো পাহাৰটোৰ নামনিত গৈ কুঁৱলীবোৰৰ মাজত হেৰাই…
প্ৰাণজিৎ মহন্ত (১) সকলো কথাৰে এটা সীমা আছে তোমাক কওঁতে তুমি ক’লা একমাত্ৰ প্ৰেমৰ কথাক বাদ দি কিন্তু (২) শৰতত দিনে-নিশাই বৰষুণ দি থাকিলেও বাৰিষা বুলি কোনেও নকয় (৩) হেমন্ত আৰম্ভ হোৱাই নাই মনটো পাহাৰটোৰ নামনিত গৈ কুঁৱলীবোৰৰ মাজত হেৰাই…
বন্দনা কৌশিক বৰদলৈ শোকৰ নিৰ্যাতন সহি-সহিও তোমাক ভালপোৱাৰ যি শান্তি সেইয়া ঠিক, সূৰ্য্যৰ চাৰিওকাষৰ পৃথিৱীৰ প্ৰদক্ষিণ কক্ষপথত কিমান ৰোগ সহি কিমান জৰাৰ সন্মুখীন হৈও ভাৱিছোঁ মই জীয়াই থকা নাই ক’তো, গৌতম তোমাক বাদ দি তুমি উভতি অহাৰ দিনা মই তোমাক…
বিনিময় দাস দৃষ্টিৰ সমৰৈখিকভাৱে চাওঁ- চকীখন একে ঠাইতে আছে, মানুহবোৰ ইফাল-সিফাল হ’ল ৷ সোঁফালৰবোৰ বাওঁফালে গ’ল, আৰু বাওঁফালৰবোৰ সোঁফালে ৷ বহাজনেও দুবাৰমান উঠি আকৌ বহিল৷ লাভৰ লাভ…
প্ৰশান্ত মিশ্ৰ গভীৰ এন্ধাৰে আবৰি ধৰা চাহ গছজোপাৰ তলতেই হীৰাৰ দৰে জিলিকি আছিল তাইৰ হেৰোৱা আঙুঠিটো আঙুঠিটো আগুৰি আছিল এটা ক’লা ৰঙৰ সাপে সিদিনা ৰাতি তাইৰ প্ৰেমিকৰ তেজহাগনি হৈ মৃত্যু হৈছিল তাইৰ দৃঢ় বিশ্বাস আঙুঠিটো হেৰুৱাই…
পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ অনুবাদ সাহিত্যৰ প্ৰসংগ আহিলেই মই মোৰ বিশ্ববিদ্যালয় জীৱনৰ এগৰাকী শিক্ষাগুৰুৰ নাম ল’বই লাগিব৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত হৈ থাকোঁতে ড° কবীন ফুকন ছাৰৰ সৈতে অনুবাদ সাহিত্যৰ বিষয়ে কেইবাদিনো কথা পতা হৈছিল৷ ছাৰে এনে এটা আলোচনাত এদিন ‘Cultural transfer…
অমৃত গোস্বামী অলপতে মোৰ দাদা এজনে বন্ধু জনদিয়েকৰ সৈতে মিলি আইজাল-মিজোৰাম ফুৰি আহিল৷ মিজোৰামৰ পৰা আহি দাদাই মোক ক’লে “মিজোৰাম বিশেষকৈ আইজলখন বৰ সুন্দৰ৷ মিজোসকল এটা শিক্ষিত, ভদ্ৰ আৰু অমায়িক জাতি৷ তেওঁলোকে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি বৰ ভাল পায়৷ বাট-পথবিলাক বৰ…
মিণ্টুল হাজৰিকা কালঘুমটিৰ প্ৰসাধনখিনিৰে ছালৰ সৌন্দৰ্যক বিশ্ৰাম দি উশাহক ফুলদানী কৰি চ’ৰাঘৰ শুৱনি যি তপস্বিনী বিড়াল মোৰ ভাৰস্তৰ আলহী কৰি নমতা বাবেই কমণ্ডলুৰ পৰা সময় ছটিয়াই হাহাকাৰৰ হাটখনকে মোৰ ডিঙিৰ মাদলী কৰি দিলে দৰদামৰ দগা-পাল্লাত জোখে আৰু কান কাটে মোৰ…
হেঙুল হাজৰিকা ফুটপাথৰ দোকানত জোতা চাইছোঁ লখিমপুৰৰ ধাৰাসাৰ বৰষুণত পিন্ধিব পৰা ভৰি সুমুৱাই চাইছোঁ আলফুলে পিন্ধাই দিবলৈ জোতাৰ তলত তোমাৰ প্ৰেমিক হাত দুখন নাই মই বাদ দিছোঁ উভতি গৈ এখন পেইণ্টিঙৰ গছ এডালৰ তলত বহিছোঁ পাত…
প্ৰয়াগ শইকীয়া শেষ হল ৰাত্ৰি ঊষা হৈ আহিল উমা ছেত্ৰী আমাৰ ক্ৰিকেটে পালে ছন্দ ভূমিজ তনয়াৰ বিজয়েৰে আলোকিত হিয়াৰ ভূখণ্ড এই অনন্য আনন্দ যাত্ৰাৰ আমিও যেন আজি সহযাত্ৰী অভিনন্দন উমা ছেত্ৰী !
মূলঃ সুবোধ সৰকাৰ অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷ ৰাষ্ট্ৰীয় সংগীতৰ দৰে থিয় হৈ আছা৷ জুবিন, তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷ তুমি অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা…