ৰাগি
অৰ্চনা ঠাকুৰীয়া ছাইমদৰ ৰাগিত দুলি আছে সময় বেলকনিত জোনৰ জোনাকী আন্ধাৰ পথৰ ৰঙীন ৰাগিত তই অচিন বাটৰুৱা মিচিকি হাঁহিৰে যাৱগৈনো কেনি! দূৰৈৰ পৰাই শুনিছোঁ তোৰ সুহুৰি… জোন যদি শীতলতাৰ প্ৰতীক তেন্তে জোনৰ সৈতে চিনাকি মোৰ বহু…
অৰ্চনা ঠাকুৰীয়া ছাইমদৰ ৰাগিত দুলি আছে সময় বেলকনিত জোনৰ জোনাকী আন্ধাৰ পথৰ ৰঙীন ৰাগিত তই অচিন বাটৰুৱা মিচিকি হাঁহিৰে যাৱগৈনো কেনি! দূৰৈৰ পৰাই শুনিছোঁ তোৰ সুহুৰি… জোন যদি শীতলতাৰ প্ৰতীক তেন্তে জোনৰ সৈতে চিনাকি মোৰ বহু…
ময়ূৰী কাকতি অংকন: বৰ্ণিল মহন্ত ৰঙৰ স্বাভাৱিক নিৰ্ধাৰিত অৰ্থক আওকাণ কৰিও কেতিয়াবা নিজা বাট বুলিব পাৰি৷ ছবিবোৰ কেৱল ৰঙীন সম্ভাৱনাৰ বাবেইনে! নে ৰংবোৰহে ছবিৰ বাবে! পেঞ্চিল শ্বে’ডেৰে অলংকৃত কৰা টেবুলৰ ফুলদানিটোৰ আলো-ছায়াৰ পৃথিৱীখনতকৈ কেতিয়াবা ৰংবোৰ ফিকাহে হৈ…
দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু স্থিৰ৷ গছপুলি ৰুলেই প্ৰশংসা আৰু পুৰস্কাৰ পায়৷ আকৌ কটাসকলে হাতত এখন নতুন নগৰ উপহাৰ পায়! নগৰ হ’বলৈ নগ্ন…
মূল : অক্টাভিঅ’ পাজ ভাবানুবাদ : যশোৱন্ত নিপুণ পানীয়ে সুৰংগ খান্দে শিলত, বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ, শিলে বতাহক আগচি ধৰে ৷ পানী, বতাহ, শিল ৷ বতাহে শিলক আকৃতি দিয়ে, শিল এটা পানীৰ পিয়লা, পানী হেৰাই যায় আৰু…
ড° বুলজিৎ বুঢ়াগোহাঁই চাকৰি, ইণ্টাৰ্ণশ্বিপ, নামভৰ্তি, বৃত্তি, প্ৰতিযোগিতামূলক পদসমূহৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যায় হৈছে ব্যক্তিগত সাক্ষাৎকাৰ৷ এই সাক্ষাৎকাৰসমূহত প্ৰাৰ্থী আৰু সাক্ষাৎ গ্ৰহণকাৰীৰ মাজত প্ৰত্যক্ষ পাৰস্পৰিক ক্ৰিয়া-কলাপ হিচাপে কাম কৰে, যাৰ ফলত দুয়োপক্ষই উপযুক্ততা, আশা আৰু ভৱিষ্যতৰ সম্ভাৱনাসমূহ মূল্যায়ন…
লক্ষী প্ৰসাদ ৰেগন পৰে কথাবোৰ ৰমলিয়াইছে মই বুজাই নাছিলোঁ। মোৰ কথাৰ ইমানকৈ পাগ উঠে বুলি জাৱৰ পুৰি পেটৰ কথা ভাবিছোঁ। কৃষকৰ পুতেক যে মই পথাৰ আমাৰ প্ৰিয় এতিয়া দেখিছোঁ শাওণৰো শুকান জিভা সেপ টুকি গলত কথা ৰাখিছোঁ…
অজয় লিম্বু আৰম্ভণি : অর্থনৈতিক বৃদ্ধি আৰু বিকাশ অর্থবিজ্ঞানত প্রায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্রায়েই এটা আনটোৰ পৰিপূৰক হিচাপে প্রয়োগ কৰা দেখা যায়৷ যদিও শব্দ দুটাৰ মাজত পাৰ্থক্য নথকা নহয়৷ অর্থনৈতিক বৃদ্ধিয়ে এখন দেশৰ মুঠ ঘৰুৱা…
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, তৃতীয় অধ্যায় পূৰৈৰঙী আঁচ দুডাল ৰংবোৰ ভালপাওঁ৷ ৰংবোৰ লিৰিকি–বিদাৰি চাওঁ৷ সেইকাৰণেই কিজানি সেই বিশেষ আঁচ দুডাল প্ৰথম দেখাৰ দিনা, মোৰ মনলৈ অহা প্ৰথম ভাবটোৱেই আছিল সেই আঁচ দুডালৰ ৰংটো৷ আঁচ দুডাল দেখাৰ উচ্ছাস আৰু আৱেগৰ সেই…
উজ্জ্বল স্মৰণ দত্ত গছবোৰ নহ’লে এৰি যাম …
বিকাশ গোহাঁই পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ নোহোৱা হৈ গৈছে বাঁহীৰ সুৱদি সুৰবোৰ নোহোৱা হৈ গৈছে লুইতখন বাম হৈ আহিছে৷ বালিচৰ! বালিচৰ!! আগুৱাই যাব পাৰিম…