sdblogs2011

sdblogs2011

২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা: অদৰকাৰীৰ উপকাৰিতা

 ড° অনিল চন্দ্ৰ বৰা  চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। তেওঁলোকে সৃষ্টি কৰা  ধাতু–জৈৱিক কাঠামো( metal–organic frameworks-MOFs)ৰ আনৱিক গঠন সমূহত বৃহৎ গহ্বৰ থাকে য’ত আন অণু ভিতৰলৈ আৰু বাহিৰলৈ…

পল এলুৱাৰ্দৰ কবিতা

ইংৰাজী অনুবাদ : জন হেইজ অসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ  (কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম পৃষ্ঠপোষক। দ্বিতীয় মহাযুদ্ধৰ সময়ত নাজীবাদ বিৰোধী কবিতাৰ যোগেদি সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰে।) পাঁচটা হাইকু   বতাহজাক অমীমাংসিত …

নৱবৰ্ষ কেৱল এখন নতুন কেলেণ্ডাৰেই নহয়, আমাৰ নতুন চিন্তা-চেতনাৰো বাহক

 অংকুৰণ আৰ্ফ   বেদত আছে – “যথা দৃষ্টি তথা সৃষ্টি৷” অৰ্থাৎ আমাৰ দৃষ্টিভংগী বা মন-মগজুৰ চিন্তাধাৰা যেনে হ’ব এই জীৱন আৰু জগতক আমি তেনেদৰেই দেখিম৷ গতিকে নতুন বৰ্ষ এটাক আদৰাৰ আগমুহূৰ্তত আমাৰ জীৱন আৰু পৃথিৱীখনক চোৱাৰ দৃষ্টিভংগী নতুন হ’ব লাগিব৷ কিয়নো,…

ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা   দ্বিতীয়খন চিঠি   ভিয়াৰেগ্গ’, পিছাৰ সমীপত, ইটালী ৫ এপ্ৰিল, ১৯০৩   মোক আপুনি ক্ষমা কৰিব, কিয়নো আপুনি যোৱা ২৪ ফেব্ৰুৱাৰি তাৰিখেই পঠিওৱা চিঠিখনৰ কথা মোৰ আজিহে মনত পৰিছে৷ মই যোৱা সময়ছোৱাত শাৰীৰিক…

ছেংগীজ খাঁ

 নীলোৎপল বৰুৱা অংকন: বৰ্ণিল মহন্ত   ছেংগীজ খাঁৰ কুকুৰটোৰ নামো ছেংগীজ খাঁ৷ তেলচিকটি লাগি মসৃণ হৈ যোৱা অলপ বেঁকা লাখুটিডালৰ নামো ছেংগীজ খাঁ৷ (সেইডাল এডাল গমাৰি ডাল, সময় আৰু জলবায়ুয়ে তাৰ ৰূপ-ৰং-ৰস-গন্ধ-বৰ্ণ বদলাইছে৷ সম্প্ৰতি সি মেহগনি কাঠৰ ৰং লৈছে৷ দেখোঁতাজনত…

অসমত বসবাস কৰা লিম্বুসকলৰ সংক্ষিপ্ত পৰিচয়ঃ এক সামাজিক তথা ঐতিহাসিক বিশ্লেষণ

 অজয় লিম্বু   অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি৷ অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত লিম্বুসকল হৈছে অন্যতম এক জাতি৷ লিম্বুসকলৰ নিজস্ব ভাষা, লিপি, সংস্কৃতি, ধর্মীয় পদ্ধতি, ৰীতি-নীতি, সামাজিক প্রথা বিৰাজমান৷ সেয়েহে লিম্বুসকলক জাতি বুলি কোৱাটো সমীচীন হব৷ উল্লেখনীয় যে লিম্বুসকল অসমত বসবাস…

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম  প্ৰথমাংশ, চতুৰ্থ অধ্যায়   যেন পলকৰ ভিতৰতে সলনি হ’ল সকলো (জাহীমৰ গান এটাৰ গুণ্‌গুণ্‌ ) ঘৰতে গৰ্ভাৱস্থাৰ পৰীক্ষা কৰিব পৰা যতনটোত পূৰৈৰঙী আঁচ দুডাল দেখাৰ কথা কোৱাৰ লগে লগে গীতা বাইদেউ উৎফুল্লিত হৈ উঠিল৷ সহজে অনুমান কৰিছিলোঁ,…

ৰঙা গোলাপবোৰ

 মূল – লেংষ্টন হিউজেচ (আমেৰিকা) অনুবাদ-ড° ৰঞ্জিত দত্ত   মই ৰৈ আছোঁ বসন্তৰ সেই দিনবোৰলৈ যেতিয়া টিউলিপ ফুলবোৰ ফুলি উঠিব, সমুধুৰ বসন্তৰ দিনবোৰত টিউলিপ ফুলবোৰ ফুলি উঠিব, যদিহে মোৰ মৃত্যু হয় কোনোবা শীতকালত সিঁহতে মোক কবৰ দিব সেই বৰফবোৰৰ তলতে।…

মায়ং : ঐতিহ্য, ঐতিহ্যবোধ আৰু ভৱিষ্যত

  প্ৰাচীন কালৰে পৰা অসমক এই অঞ্চলৰ বাহিৰৰ মানুহে এক ৰহস্যময় অঞ্চল বুলি ধাৰণা কৰি আহিছে৷ একাধিক ভাৰতীয় গ্ৰন্থত এনে ধাৰণাৰ প্ৰমাণ আছে৷ যোগিনীতন্ত্ৰ, কালিকা পুৰাণ, বৃহদ্‌গৱাক্ষ  আদি তন্ত্ৰ-মন্ত্ৰৰ পুথি ইয়াতে ৰচিত হোৱাটোৱে এনে ধাৰণাৰ বিস্তাৰত নিশ্চিতৰূপে প্ৰভাৱ পেলাইছিল৷ অসমৰ ভিতৰৰে একাধিক স্থানৰ…