sdblogs2011

sdblogs2011

‘লাষ্টগেট’ৰ এটি সন্ধিয়া

 অমৃত গোস্বামী   “ভাড়া কিমান দিম?” অটোৰিক্সাখনৰ পৰা নামি চালকজনক সুধিছিলোঁ৷ তেখেতে হাঁহি এটা মাৰি ক’লে— “এনেয়ে এশ টকা হয়৷ আপোনাকনো আৰু কি ভাড়াৰ কথা ক’ম? আপুনি সকলো জানেই দেখোন—দিয়কচোন যি দিয়ে৷” এটা গতানুগতিক সন্ধিয়া৷ পৰিবাৰৰ সৈতে লাষ্টগেটৰ ফালে যাবলগীয়া হৈছিল,…

মাক-কথা : Unfolded Stories of a Mother

  ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায়   নতুন খোজবোৰ দিল্লীত শীতকালটোত বেছিয়েই জাৰ পৰে আৰু গ্ৰীষ্মকালটোত বেছিয়েই গৰম। বতৰ সাধাৰণতে শুকান আৰু ৰুক্ষ। কিন্তু তাৰ মাজতো এই ধূলিয়ৰি ৰাজধানী চহৰখনলৈয়ো বসন্ত আহে, আহে শৰৎ। মোৰ গৰ্ভত মোৰ কণমানিকণে থিত লোৱাৰ সময়ত…

শালিধানৰ সপোনত

 জোনমণি দাস অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে, বাটে বাটে বগৰীৰ জেং … আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ কাৰ বাবে ছিটিকা পাতোঁ ফুলৰ বিছনাত   আলি নমনা এন্ধাৰে বুজালেও নুবুজে মোৰ মাটি-মাহী মনৰ কেঃচকলি কথা আহুধানে…

বাঘৰ পদ্য

 চন্দ্ৰ কুমাৰ বড়া     গাঁৱত বাঘবোৰ বাঘ হৈ নাথাকে ফেউৰা হৈ যায় ক’লৰৱ শুনি শিশুৰ কিৰিলি শুনি কিশোৰৰ নিশ্চুপ হৈ যায় বাঘ   বাঘৰ গোঁজৰণি নাথাকে নাথাকে দাঁত-নখ তীক্ষ্ণ বাঘবোৰ নাথাকে বাঘ হৈ কুকুৰ হৈ যায়   ডবা বাজে…

গণতন্ত্ৰৰ ৰক্ষণাবেক্ষণ : ৰাজনীতি আৰু সম্ভাৱনা

 দেৱজিৎ ভৰালী সম্প্ৰতি গণতান্ত্ৰিক প্ৰমূল্যৰ যি অস্বাভাৱিক আৰু অভাৱনীয় অৱক্ষয় ঘটিছে, তাকে লৈ সচেতনচাম চিন্তিত হৈছে৷ গণতন্ত্ৰক মষিমূৰ কৰিব পৰা প্ৰতিটো কাৰ্যৰে অহেতুক কুচকাৱাজ চলিছে৷ “ভোটৰ” হেৰফেৰ, চৰকাৰমুখী নিৰ্বাচন আয়োগ, স্বাধীনচিতীয়া চৰকাৰী প্ৰশাসন যন্ত্ৰৰ ওপৰত শাসকীয়ৰ ভিন্নমাত্ৰিক হেঁচা প্ৰয়োগ, সংবাদ…

সাধু এটা poem-debashish-hazarika-february-2026

 দেৱাশিস হাজৰিকা   মোৰ আই আৰু পিতাইৰ  প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল   সাধুটোৰ নায়কজনৰ সমান সুখী হেনো  আৰু পৃথিৱীত আন কোনোৱেই নাই তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা!   আইয়ে এদিন এটকীয়া মুদ্ৰা এটাক…

ফাগুন

 পৰিস্মিতা বৰদলৈ   পাত সৰি লঠঙা হোৱা ডালডালেই কি ফাগুন! হয়তো নহয়! লঠঙা ডালত জান-নেজানকৈ সেই যে সেউজীয়া কুঁহি সেই সম্ভাৱনাইতো ফাগুন৷   ধূলিয়ৰি পথ আৰু সৰাপাতৰ খৰমৰণি তাৰমানেই কি ফাগুন! ওঁহো,এজাক বৰষুণৰ সম্ভাৱনা আৰু আগতীয়া বসন্তৰ উন্মাদনা তাৰমানেহে ফাগুন!…

ধূলি poem-utpal-barkotoky-february-2026

উৎপল বৰকটকী   মৃত্যুৰ সমীপত ৰৈ বুজিলোঁ জীৱন — এটি ধূলিতকৈও নগণ্য    মানিব খুজিলেও মনে নামানে   দেহটোক জীয়ন দি ৰাখিছোঁ ৷    ম’বাইল – ৮১৩৩০-১০০৬৩, ইমেইল: borkatakiutpal@gmail.com

জন্মদিনত

 ধীমান বৰ্মন   জন্মদিনত প্ৰতাৰণা নহয় পৃথিৱীত   জন্মদিনত প্ৰতিজাক ৰ’দে আগবঢ়াই নিয়ে মিছিলৰ নায্য প্ৰতিবাদ   জন্মদিনত জুয়ে জাৰ খেদিবলৈ পিন্ধে সন্ধ্যাৰ উৱলি যোৱা চুৱেটাৰ    জন্মদিনত পুৰণি এখন বাছ পুৰণি এখন চহৰলৈ আহিব আহিব যেন ভাৱনাত ডুবি থাকে…

সাধাৰণ কৰ্মদক্ষতাৰ অসাধাৰণ গুৰুত্ব

    যোৱা তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে ৰাস্তা-ঘাটবোৰ ভাল হৈছে, বিজুলী সৰবৰাহৰ ব্যৱস্থা পূৰ্বতকৈ উন্নত হৈছে ইত্যাদি৷ এনে পৰিৱৰ্তনবোৰৰ সমান্তৰালকৈ আন এক প্ৰকাৰ পৰিৱৰ্তনো ঘটিছে অসমৰ সমাজ…