sdblogs2011

sdblogs2011

আয়োজন বিষয়ক

 উদয় কুমাৰ বৰুৱা   এদিন কবিতা এটাক সুধিছিলো নিৰ্মাণৰ সৌন্দৰ্যবোধ কেনেকৈ অনুভৱ হয়   কবিতাৰ তাৎক্ষণিক সঁহাৰিঃ তুমি য’ত থিয় হৈ আছা তাৰপৰাই সাধনাৰ জখলাৰে যেনেকৈ স্পৰ্শ কৰা সৃষ্টিৰ আকুল আকাশ   এৰা, বৰষুণ নাহিলেও মননত কদৰ আছে কাজল মেঘৰ…

বাহুবলী ভীম

 নৱনীতা ভট্টাচার্য্য (৮) ভীমৰ কীচক বধ আৰু স্বৰ্গযাত্রা সাধুটো শুনি বনীয়ে স্বস্তিৰ নিশ্বাস পেলালে, যেন ডাঙৰ বিপদ এটাহে আঁতৰিল৷ সি লগে লগে ক’লে, “ডাঙৰ সমস্যা এটা আঁতৰিল দিয়া৷” বনীৰ কথা শুনি মাকে ক’লে, “পঞ্চ পাণ্ডৱৰ জীৱনলৈ এটা এনে বহুতো সমস্যাই…

বছৰৰ শেষ দিনটোৰ কবিতা

 হৰেকৃষ্ণ ডেকা   (১)   বছৰৰ শেষ দিনটোত বেলি ডুবাৰ সময়ত পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ।   কেৰ্কেটুৱাটোও ৰৈ আছে, ভ্ৰুক্ষেপ নকৰাকৈ, দিন-বাৰৰ হিচাপ নকৰাকৈ, কুমলীয়া ঘাঁহ আপোন মনেৰে কুটি, সন্তোষেৰে পেট পূৰাই। (২)…

ৰাইজ মই যাবলৈ ওলালোঁ

দিলীপ ফুকন   ৰাইজ মই যাবলৈ ওলালোঁ৷ আপোনালোকৰ হালোৱা হাত, হাবি ভঙা, কোৰ মৰা, ঢোল-খোল বজোৱা হাতবোৰ মোৰ শিৰৰ ওপৰত থওক৷ যাবলৈ অকণো সত যোৱা নাই তেও মই যাবলৈ ওলালোঁ৷   এচলু পানী খাবৰ মন গৈছে, বোৱতী নৈৰ অপৰিশোধিত পানী…

উত্তৰাখণ্ডত উত্তৰ বিচাৰি

 অংগনা চৌধুৰী   ২০২৫-ৰ শাৰদীয় গধূলি এটাত আমি গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰিলো আকাশীযানেৰে৷ আমি মানে মই, মোৰ স্বামী, একমাত্ৰ পুত্ৰ আৰু মোৰ মাতৃ৷ উদ্দেশ্য দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ যোৱা৷ ৰাতিটো বিমানবন্দৰৰ কাষৰে হোটেল এখনত কটাই পাছদিনা প্ৰথমে হৰিদ্বাৰলৈ বুলি টেক্সিত…

বিজেপি, অৰ্ণৱ গোস্বামী‌ আৰু ধৈৰ্যৰ বান্ধ

 সুমন মহন্ত   চৰকাৰ এখনৰ সফলতা/বিফলতা অথবা কৰ্মদক্ষতা জুখিবলৈ কিমান সময়ৰ প্ৰয়োজন বুলি প্ৰশ্ন কৰিলে, আমাৰ সকলোৰে উত্তৰবোৰ নিশ্চয় ভিন্ন হ’ব; তৎসত্ত্বেও আমি সকলোৱে হয়টো সমৰ্থন কৰিম যে এনেকুৱা ৰাজনৈতিক তথা তাত্ত্বিকভাৱে গধুৰ আৰু সংবেদনশীল বিষয়বস্তুৰ ওপৰত প্ৰকৃতাৰ্থত এটা সুস্থ…

বিস্মৃত চহৰৰ সংলাপ

 পঙ্কজ প্ৰতিম বৰদলৈ   বহুবছৰৰ পাছত নিজৰ গৃহ চহৰ যোৰহাটত কিছুদিন দীঘলীয়াকৈ থকাৰ সুযোগ পালোঁ৷ চহৰখন আৰু কাষৰীয়া অঞ্চলটোক জুমি চালোঁ৷ গুৱাহাটীৰ পাছত যোৰহাট ভৌগলিকভাৱে অতি গুৰুত্বপূৰ্ণ চহৰ৷ যাতায়ত আৰু যোগাযোগৰ সুচলতা এই চহৰৰ অন্যতম বৈশিষ্ট্য৷ ‘আছাম প্ৰপাৰ’ বুলি কোৱা…

ফলাফল

 জয়ন্ত দত্ত   ফলাফলৰ খবৰে উতলাই পেলাইছে দুপৰীয়াটোক ঢোলে-ডগৰে, ফটকাৰে… প্ৰজ্ঞা একাডেমিৰ সন্মুখৰ পথত মোতায়েন কৰা হৈছে যান-বাহন নিয়ন্ত্ৰণৰ আৰক্ষী   এই কিছু সময়ৰ আগতে তাই পাৰহৈ গৈছেহি যেন এপাহ শেতাফুল পাহীৰ পৰা পিছলি লালায়িত চকুবোৰে যেতিয়া স্তবক চেলেকেগৈ কেইবাবাৰো…

মূল্যবোধৰ বিষয়ে দুআষাৰ

 অমৃত গোস্বামী   জীৱন মানে কেৱল জীয়াই থকাটো নুবুজায়৷ মানুহে জন্মগ্ৰহণ কৰে– শাৰীৰিক জন্মগ্ৰহণ৷‌ কিন্তু প্ৰকৃত মানুহ বা ‘মানৱ’ এজনৰ জন্ম হয়‌ নৈতিক চেতনা আৰু বোধ-বুদ্ধিৰ জ্ঞানৰ দ্বাৰাইহে৷ মানুহ এজনে তেওঁৰ প্রকৃত পৰিচয় দাঙি ধৰে তেওঁৰ বিৱেচনা শক্তি, দায়িত্ব, আদৰ্শ,…

অসমীয়া বনাম ইংৰাজী মাধ্যমৰ বিদ্যালয়

 কৰবী বৰ্মন কলিতা   অসমীয়া অভিভাৱকৰূপে  আৰম্ভণিতেই কওঁ আজিৰ শিক্ষা ব্যৱস্থাত কিন্তু মাধ্যম এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ আমাৰ নিজৰ সন্তানেও ভৱিষ্যতৰ সম্ভাৱনাৰ (চাকৰিমুখী সম্ভাৱনাৰ) বাবে ইংৰাজী মাধ্যমতেই যে শিক্ষা গ্ৰহণ কৰিব এই সিদ্ধান্তত নিশ্চিত আছিলো৷ অসমীয়া আমাৰ মাতৃভাষা৷ কিন্তু…