ম’ক্ টেষ্ট আৰু ইয়াৰ গুৰুত্ব
ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাক বিশ্বজনীনভাৱে জ্ঞান, দক্ষতা আৰু সামগ্ৰিক ব্যক্তিগত বিকাশৰ এক মুখ্য পথ হিচাপে স্বীকৃতি দিয়া হৈছে৷ শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিসকলক জীৱন সফলতাৰে আগবঢ়াবলৈ প্ৰয়োজনীয় বৌদ্ধিক, মানসিক আৰু ব্যৱহাৰিক ক্ষমতাৰে সজ্জিত কৰা৷ বিদ্যালয়, মহাবিদ্যালয় বা পেছাদাৰী প্ৰশিক্ষণ…