একো নাখাই শুলা যে?
হিল্লোলজ্যোতি সিংহ – নাজানো, কোনো কাৰণ নাই! যেনেকৈ কোনো কাৰণ নোহোৱাকৈ মাটিৰ কঁপনি উঠে নিঃশব্দে সৰি পৰিলে ফুলবোৰ… নোখোৱাকৈ পাৰ কৰিছোঁ বহু নিশা মেদ কমোৱাৰ বিলাসিতাৰ বাবে নহয় ভোক নাছিল বাবেও নহয় মোৰ কাৰণ আছিল অভাৱ …
হিল্লোলজ্যোতি সিংহ – নাজানো, কোনো কাৰণ নাই! যেনেকৈ কোনো কাৰণ নোহোৱাকৈ মাটিৰ কঁপনি উঠে নিঃশব্দে সৰি পৰিলে ফুলবোৰ… নোখোৱাকৈ পাৰ কৰিছোঁ বহু নিশা মেদ কমোৱাৰ বিলাসিতাৰ বাবে নহয় ভোক নাছিল বাবেও নহয় মোৰ কাৰণ আছিল অভাৱ …
দ্বীপৰাজ ফুটাইদি চোৱাটো বায়’স্কপ নিগেটিভ চকুত চেলাউৰিৰ চুম্বন নৌ হওঁতেই তলনী বুৰ গৈ একুৰা জুই । খোলা খিৰিকিৰে নাচাওঁ বুলি থাকিবতো নোৱাৰি আলনাডালত ৰঙীন চচমা ড্রইংৰূমৰ চোফাত কপাহী চমক বেৰত ওলমি থকা ভেন গঘৰ কাউৰীৰ ছবিত লিখা আছে…
নীলিম কুমাৰ বহু বছৰ হ’ল দেউতাই আমাক এৰি থৈ যোৱাৰ৷ ওহোঁ! এৰি যোৱা বুলি ভাবিছিলোঁহে! এৰা নাছিল৷ কিয়নো আজিকালি মই অকলে গাড়ী চলাই থাকিলে মোৰ কাষৰ ছীটটোত আহি বহি থাকে দেউতা৷ একো নকয়৷ মই ভাবোঁ দেউতাৰ মাতটো বৰফ হৈ গৈছে৷…
জ্যোতিষ্মান দাস ইউৰোপৰ ‘যুক্তিৰ-যুগ’(Age of Reason)খ্যাত দীৰ্ঘ অষ্টাদশ শতিকাৰ ‘আলোকপ্ৰাপ্তি’ (Enlightenment)ৰ প্ৰতিক্ৰিয়া হিচাপেই উত্থান হৈছিল–ৰোমান্টিকতাবাদৰ৷ ফ্ৰান্সিছ বেকনৰ ‘অভিজ্ঞতাবাদ’ (Empiricism), আইজাক নিউটনৰ পদাৰ্থবিজ্ঞানৰ যুগান্তকাৰী মতবাদৰ প্ৰভাৱ আৰু ৰেনে ডেকাৰ্টৰ বিখ্যাত উক্তি ‘Cogito, ergo sum’ (মই ভাৱো–সেয়ে মই আছোঁ)ৰ ধাৰণাই …
সত্যজিৎ গগৈ অসমৰ শিক্ষা ব্যৱস্থা পুতৌ লগা ৷ ৰাজনৈতিক লাভালাভৰ বাবেই চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলকো হিতাধিকাৰীলৈ পৰিৱৰ্তিত কৰিলে৷ কেৱল কৰ সংগ্ৰহৰ বাবেই কাঠফুলাৰ দৰে যেনিয়ে-তেনিয়ে ব্যক্তিগত খণ্ডৰ স্কুল খুলিবলৈ অনুমতি দিয়া হৈছে ৷ চৰকাৰৰ সকলো কৰ্মচাৰী, নেতা-পালিনেতাই নিজৰ নিজৰ সন্তানক চৰকাৰী স্কুলত নপঢ়ুৱাই…
প্রাঞ্জল বেজবৰা আমি সকলোৱে জীৱনত সুখী হ’বলৈ বিচাৰোঁ। সকলোৱে সুখ কামনা কৰে । কিন্তু প্রায়বোৰ মানুহেই সুখী নহয়। সাধাৰণতে সফলতাই মানুহক সুখৰ সোৱাদ দিয়ে। জীৱনৰ বিভিন্ন ক্ষেত্ৰত লক্ষ্য সাধনৰ জৰিয়তে সফলতা লাভ কৰা যায়। বাঞ্ছিত সফলতাই মানুহক সুখী কৰে।…
পঙ্কজ প্ৰতিম বৰদলৈ বিংশ শতিকাৰ অন্যতম পুৰুধা ব্যক্তি মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতা হোৱাই নহয়, ভাগৱত, পুৰাণ, গীতা আৰু অন্যান্য দাৰ্শনিক গ্ৰন্থৰ বিস্তৰ অধ্যয়নেৰে পুষ্ট গভীৰ দাৰ্শনিকো আছিল। গীতা গ্ৰন্থখনে মহাত্মা গান্ধীৰ জীৱনত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল। গীতা…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া ১৮২৫ চনৰ ২৭ জানুৱাৰিৰ ৰাতিপুৱা৷ লেফ্টেনেন্ট জেমচ্ ব্ৰুকে (পাছলৈ ছাৰ জেমছ্ ব্ৰুকে) তেওঁৰ ‘ৰংপুৰ লেভী’ৰ (পাছলৈ 42nd Assam Light Infantry) অনিয়মীয়া অশ্বাৰোহী বাহিনীৰ দল এটাৰ নেতৃত্ব লৈ নামদাঙৰ ঠেক শিলাসাঁকোৰ ওপৰত অপেক্ষা কৰি থকা মানসেনাক আক্ৰমণ কৰিছিল৷…
ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰত এখন গৰিষ্ঠ সংখ্যক গ্ৰন্থ প্রকাশ কৰা দেশ। ভাৰত হয়তো একমাত্ৰ দেশ য’ত ২৪টা ভাষাত গ্ৰন্থ প্ৰকাশ পায়। ইয়াৰে অধিকাংশই গ্রন্থ ইংৰাজী ভাষাত প্ৰকাশ পায়, তাৰ পিছতে হিন্দী, বাংলা আদি ভাষাত প্ৰকাশ পায়। য়ুনেস্ক’ৰ (UNESCO-United Nations…
স্মৃতিৰেখা দেৱী আজি স্কুল বন্ধ ৷ ৰাতিপুৱা পঢ়াৰপৰা উঠিয়েই নয়নাই ওচৰৰে ৰমেনহঁতৰ পদূলিৰ শেৱালিজোপাৰ তলত সৰি থকা ফুল কেইপাহমান বুটলি আনিলেগৈ ৷ শেৱালি ফুলৰ কোমল গোন্ধটো তাই খুব ভাল পায় ৷ এদিন মাকে কৈছিল, শেৱালি ফুল ফুলা শৰৎ কালৰ ৰাতিপুৱাবোৰত…