খিৰিকিৰ বদনাম
অৰ্চনা পূজাৰী বতাহছটি আহি বন্ধ খিৰিকীত খুন্দা খাই থমকি ৰ’ল খন্তেক খঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে—- ওৰেৰাতি জোনৰ সতে চুপতি মাৰি তইচোন বদনামী হৈ গ’লি সুদূৰৰ পৰা বৈ আনিছিলোঁ এছাটি শীতল বাও উশাহ ল’ব নোৱৰা ঘৰবোৰত ছটিয়াওঁ বুলি পুৱালৈকে…
অৰ্চনা পূজাৰী বতাহছটি আহি বন্ধ খিৰিকীত খুন্দা খাই থমকি ৰ’ল খন্তেক খঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে—- ওৰেৰাতি জোনৰ সতে চুপতি মাৰি তইচোন বদনামী হৈ গ’লি সুদূৰৰ পৰা বৈ আনিছিলোঁ এছাটি শীতল বাও উশাহ ল’ব নোৱৰা ঘৰবোৰত ছটিয়াওঁ বুলি পুৱালৈকে…
ড° ভাৰত বৰুৱা (১) মানৱী জীৱনৰ প্ৰয়োজনবোৰৰ ভিতৰত অন্ন, বস্ত্ৰ, আৰু বাসস্থানেই অগ্ৰাসন লাভ কৰি আহিছে। আন মৌলিক প্ৰয়োজনৰ ভিতৰত হৈছে বায়ু আৰু পানী, যি দুটা অতি সহজতে প্ৰকৃতিৰ পৰা উপলদ্ধ হয়। আমি যদি আজিৰ যান্ত্ৰিক বা আধুনিক যুগৰ পৰা আঁতৰি যাওঁ, মানৱে এই…
চন্দ্ৰাৱলী বৰঠাকুৰ এইবছৰ জুন মাহত লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ ফল ঘোষিত হল। বিগত বছৰৰ দৰে এইবছৰো প্রথম চাৰিটা স্থান মহিলাই লাভ কৰিবলৈ সক্ষম হৈ, মহিলাৰ অৱস্থান উন্নত কৰিছে। সৰ্বভাৰতীয় পৰীক্ষাত অসমৰো মান ময়ূৰ হাজৰিকাই ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু…
পৰিস্মিতা বৰদলৈ “শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ নমঃ পংকজনাভায় নমঃ পংকজ মালিনে নমঃ পংকজনেত্ৰায়ে নমস্তে পংকজাংঘ্ৰয়ে বসুদেৱসুতং কৃষ্ণং কংসছাণুৰমৰ্দনম দৈৱকীহৃদয়ানন্দং কৃষ্ণং বন্দে জগত গুৰু হৰি ৰাম ৰাম ৰাম৷ ” মিঠাতেলৰ চাকিটোৱে পোহৰাই তুলিছে কৃষ্ণৰ…
অসীম তালুকদাৰ চেলিব্ৰিটিবোৰ যেনে– খেল জগতৰ তাৰকা, চিনেমাৰ অভিনেতা-অভিনেত্ৰী, শিক্ষা তথা অন্যান্য দিশতো শীৰ্ষত আৰোহণ কৰা ব্যক্তিসকলৰ প্ৰতি সাধাৰণ মানুহৰ কিবা এক অনামী আকৰ্ষণ জাগি উঠে ৷ আমাৰ দৰেই তেজ-মঙহৰ মানুহ বুলি জানিও তেনে ব্যক্তিসকলে দৈনন্দিন জীৱনত কি কৰে,…
পাপৰি গোস্বামী (গল্পটি ফ্ৰানজ্ কাফকাৰ বিখ্যাত ‘দ্য মেটামৰফছিছ’ নামৰ গল্পটিৰ অনুকৰণত লিখিবলৈ প্ৰয়াস কৰা হৈছে৷) কিবা এক অৱসাদে গোটেই দেওবাৰটো ঘেৰি ৰাখিলে কবীৰক ৷ কেনিও…
প্ৰণৱ মেধী শৈলেন কুমাৰ শৰ্মা প্ৰযোজিত, ৰবি শৰ্মাৰ কাহিনী আৰু সংলাপ, সুব্ৰত কাকতিৰ চিত্ৰনাট্য, পৰিচালনা, সম্পাদনাৰ অসমীয়া চলচ্চিত্ৰ শ্ৰী ৰঘুপতি অসমীয়া মনোৰঞ্জনধৰ্মী চলচ্চিত্ৰ জগতত এক উল্লেখযোগ্য সংযোজন৷ চিনেমেটিক ট্ৰিটমেন্টৰ সঠিক প্ৰয়োগৰ সিংহভাগ স্পষ্টতা থকা চলচ্চিত্ৰখনৰ কাৰিকৰী কৌশলৰ প্ৰয়োগ বেহিচাপী,…
ৰিমলী বৰকটকী চিনেমাখনৰ নামটি নিশ্চয়কৈ অসমীয়া ৰাইজৰ পৰিচিত৷ ভিলেজ ৰকষ্টাৰ, বুলবুল কেন ছিংখ্যাত প্ৰযোজক, পৰিচালক ৰীমা দাসৰ এই ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় যোৱা বৰ্ষৰ TIFF (Toronto International Film Festival)-অত৷ TIFF-অৰ লগতেই পৰৱৰ্তী পৰ্যায়ত বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয়…
অভিজিত শর্মা বৰুৱা ২০২৩ চনৰ ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organisation, চমুকৈ ‘ইছৰো’) চন্দ্রাভিমুখী যান চন্দ্রযান-৩-ৰ অভিযান আৰম্ভ কৰিছিল। সেইদিনা দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ ‘সতীশ ধাৱান স্পেচ চেণ্টাৰ’ৰ উৎক্ষেপণ কেন্দ্রৰ পৰা ‘জি…
বিদিশা দত্ত (৭) চাৰিওফালৰ আন্ধাৰবোৰক আঁতৰাই আকাশখনত ৰঙচুৱা পোহৰে দেখা দিছে। এটা এটাকৈ প্ৰায়খিনিৰে টোপনি ভাগিছে। উঠি বহি সকলোৱে ভুচুক চাইছে। ভুচু ধুনীয়াকৈ শুই আছে। দেখি সকলোৰে মুখত হাঁহি বিৰিঙিছে। অলপ পাছতে এঙামুৰি এটা দি ভুচু সাৰ পাই উঠিল।…