sdblogs2011

sdblogs2011

মৃত

ধৰিত্ৰী বৰুৱা   বুকুত সামৰি ৰাখিবলৈ কিছুমান বিষ লাগে সময়বোৰ সোঁৱৰিবলৈ কিছু আধৰুৱা কথা লাগে। পাগুলি পাগুলি কথাৰ উত্তৰ উলিয়াবলৈ মানুহ লাগে। সকলো লাগে বুলি জনাৰ পাছতো থমকি ৰয় মানুহ,   শিল হয় জীৱন…মৃত হয় মন।     মৃত শৰীৰ…

টুথব্ৰাছ

ঋষভ নাথ   দেউতা ডাঙৰ হোৱা গাঁওখনত এতিয়াও বহু মুখ দেখা পাওঁ এঙাৰে বগা কৰা ছে‍ঁই ফাটি ওলোৱা দাঁতে আন্ধাৰতো আলোক মাতে   তাতে বেলিয়ে গম নোপোৱাকৈ টোপনি টানি ছিঙে খেতিয়কে আৰু পচতীয়া-ঠানি কঁটালি এটা মূৰেৰে দাঁত শালি থাকে আকৌ…

চকুৰ ভাষা যেন অন্তহীন

প্ৰেমনাৰায়ণ নাথ   আমাৰ ড্ৰয়িংৰুমত ক’লা চানেকীয়া আৰু মটীয়া ৰঙৰ এখন চেতাৰ আৰু এখন গীটাৰ য’ত আমাৰেই ল’ৰাহঁতে বোলাইছিল শৈশৱ কৈশোৰ যৌৱনৰ আঙুলি   আমাৰ স্তুতি প্ৰাৰ্থনা অশ্ৰু স্মৃতি ঢাকি আনন্দ আৰু বেদনা মথি মথি অটল আজিও মুখৰ সেই গীটাৰ…

শৰৎ

 হৰেকৃষ্ণ ডেকা   মোৰ ঘৰৰ পদূলিৰ শেৱালিজোপা ফুলিছে ৷ মই দূৰত ৷   ইয়াত প্রৱাসৰ শৰৎ ৷ তাত পাতৰ ৰঙীন মদ।   আজি কুঁৱলী পৰিছে।   ইমান দূৰত, ইমান দূৰত! যোৱা বছৰ ঘৰত সৰা শেৱালীৰ গোন্ধ পাইছোঁ ৷ —- পূৰ্বৱৰ্তী…

৺দেৱেন্দ্ৰনাথ আচাৰ্য্য আৰু ‘জঙ্গম’

 অমৃত গোস্বামী   পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ ওচৰৰ গৰখীয়া দ’ল নামৰ ঠাইত। দেৱেন্দ্ৰনাথ আচাৰ্য্য সৰুৰেপৰাই এজন অতি মেধাগুণ সম্পন্ন ছাত্ৰ আছিল। তেখেতে এম.ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ…

সৃষ্টি নে স্ৰষ্টা : এটা অমীমাংসিত প্ৰশ্ন আৰু সৃষ্টিৰ ধাৰাবাহিকতা

প্ৰশান্ত মিশ্ৰ      ৰাতিপুৱা শুই উঠি বাথৰূমত গা ধুবলৈ সোমাই গীজাৰৰ চুইচ্ছ দিওঁতে আমাৰ মনলৈ নাহে, আনকি তাৰ পাছতো, কোনে, বিজ্ঞানৰ কি নীতি বা তত্ত্বৰ  আধাৰত যন্ত্ৰটি আৱিষ্কাৰ কৰিছিল! একেই কথা কাপোৰ ধোৱা মেচিন অথবা বৈদ্যুতিক ইস্ত্ৰি ব্যৱহাৰ কৰোঁতেও।…

অযোধ্যাকথন

স্বপ্নালী কলিতা “এতিয়া ৰামো নাই, সেই অযোধ্যাও নাই” ৰাম নথকাৰ বাবে অযোধ্যা নাইকিয়া হোৱাৰ কথাটো কিবা গোলমলীয়া ৰামে অযোধ্যাত যুৱৰাজৰ ভাও কৰা সময়খিনিত  তাই হিচাপ কৰি আছিল নঙলাৰ পৰা কেইভৰি ৰন্ধনশালালৈ ভিতৰখন, মনৰ গাঁঠিবোৰ কোনোদিন খোল নাখাবলৈ আঁটি আঁটি বান্ধিছিল…

এনিশাৰ এপৰ : শেহতীয়া নাটক

 নীলোৎপল বৰুৱা অসমীয়া নাটকৰ ক্ষেত্ৰখনত ভাস্কৰ বৰুৱা এটা উদীয়মান চিনাকী নাম। নিৰন্তৰ ক্ষিপ্ৰতাৰে যোৱা দশকটোত নাটকৰ কাম কৰি কাহিনী কথনৰ নিজা কৌশল তৈয়াৰ কৰা ভাস্কৰ বৰুৱা ইতিমধ্যে নিজা শৈলীৰে প্ৰোজ্জ্বল হৈ উঠিছে। মঞ্চায়নৰ স্থানিক আৰু মাত্ৰিক পৰিৱেশক লৈ সম্পৰীক্ষা চলাই…

মাটিৰ মাত

দীপিকা শইকীয়া   মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ মাতষাৰেই পুহিছে জীৱন মাতৰ চুমাই জুৰিছে হিয়া   হাবিৰ জোপোহা বিজুলী বাঁহজোপাত সোমাই থাকে হঁয়কলি ইনাই-বিনাই কণ্ঠত নিয়াৰি কোমলকৈ মাটিৰ ভাষা   পৰ্বত-পাহাৰ ফালি কল-কল সুৰেৰে আহিছে নৈখন বৈ অটল চেতনাৰ সোঁৱৰণী…