প্ৰীতিৰ সুৱাস
পদ্মজা বৰুৱা মহন উমি উমি জ্বলি থকা জুইকুৰাৰ কাষতে ছমহীয়া কণমানি ছোৱালীজনী বুকুত সাবটি বহি থাকিল যমুনা৷ পুৱাৰ পৰা ছোৱালীজনীৰ গাটো ভাল নাই৷ জ্বৰেই উঠিছে নে পেটেই কামুৰিছে বাৰে বাৰে কান্দি আমনি কৰি আছে৷ ডাঙৰ ছোৱালী দুজনী শুলে কেতিয়াবাই৷…
পদ্মজা বৰুৱা মহন উমি উমি জ্বলি থকা জুইকুৰাৰ কাষতে ছমহীয়া কণমানি ছোৱালীজনী বুকুত সাবটি বহি থাকিল যমুনা৷ পুৱাৰ পৰা ছোৱালীজনীৰ গাটো ভাল নাই৷ জ্বৰেই উঠিছে নে পেটেই কামুৰিছে বাৰে বাৰে কান্দি আমনি কৰি আছে৷ ডাঙৰ ছোৱালী দুজনী শুলে কেতিয়াবাই৷…
ড০ অমৃত গোস্বামী ভাৰত বুৰঞ্জীত শিৱাজী, ৰাণা প্ৰতাপ, টিপু চুলতান, ঝান্সিৰ ৰাণী লক্ষ্মীবাঈ আদিৰ বীৰগাথাৰ বিষয়ে ইতিহাসবিদসকলে যেনেকৈ প্ৰক্ষেপিত কৰিছে আৰু ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে সিসকল বিদিত, লাচিত বৰফুকনৰ দৰে দেশৰ উত্তৰ-পূবৰ মধ্যযুগৰ ইমান এজন বীৰৰ বিষয়ে বিশেষভাৱে উল্লেখ নথকাটো সঁচাকৈয়ে পৰিতাপৰ কথা। আমি…
ৱাহিদ আহমেদ ৰাজনীতি হৈছে বিভিন্ন ৰাজনৈতিক দিশসমূহৰ পুংখানুপুংখ আলোচনাৰ এটা বৃহৎ প্ৰক্ৰিয়া৷ য’ত নিহিত হৈ থাকে বহু বিষয় আৰু তাৰ ধাৰণা৷ এই বিষয়টোৰ লগত জড়িত হৈ থকা কিছু আনুষংগিক বিষয় উল্লেখ কৰা ভাল হ’ব যে ৰাজনীতিৰ লগত সততে যুক্ত হৈ…
ড০ পৰমানন্দ মহন্ত কোনো ঘটনা বা ব্যক্তিৰ জন্মৰ এশ বছৰীয়া জয়ন্তীবোৰ পাতি তেনে ঘটনা বা ব্যক্তিক স্মৰণ কৰে – এইটো এটা গুৰুত্বপূৰ্ণ সামাজিক অভিজ্ঞতা৷ আমি সেইসকল ব্যক্তি বা সেইবোৰ ঘটনাহে মনত পেলাওঁ, যিসকলৰ কামবোৰ বা যিবোৰ ঘটনা সমাজ বা…
মৃদুল শৰ্মা আকাশ উদাৰ কিন্তু দেখুৱায় আন্ধাৰ সেউজীয়াৰ ভৱিষ্যত মই দেশৰ পতাকাখন ৰখি আছোঁ পৃথিৱী জ্বলিছে দেশ-কাল জ্বলিছে মাটি-মানুহৰ চিতা জ্বলিছে বুকু জ্বলিছে ভোকত পেট জ্বলিছে ওফোন্দ পাতি থকা গাভিনী আকাশৰ ভৱিতব্য কি কোনেও নাজানে সকলো হতাশ সকলো নিৰাশ অনুৰ্বৰ…
প্ৰশান্ত মিশ্ৰ জীৱনৰ ভৰশূন্যতাৰ অসহনীয় বেদনাৰ অন্ধকাৰৰ মাজত হয়তো কলাই আমাৰ বাবে কঢ়িয়াই আনে আনন্দৰ এচেৰেঙা ৰ’দ!কবিয়ে অৱশ্যে কয়- “কাৰ ইমান গৰজ যে মোক ৰ’দ আনি দিব/ সহজ হ’ব মোৰ কাতৰ উশাহ (হীৰেন ভট্টাচাৰ্য)!”কিন্তু তেওঁৰ কাব্য পাঠেই আমাৰ…
ড০ ভাৰত বৰুৱা লিথিয়াম (সংকেত Li)-ৰ নাম নিশ্চয় সকলোৱেই শুনিছে। এইবিধ মৌলিক ধাতুৱে কেইবাটাও সিদ্ধিজনক কাম কৰিব পাৰে। ই যদি একেবাৰে বিশুদ্ধ ধাতৱ অৱস্থাত থাকে তেন্তে পানীৰ লগত তাৎক্ষণিক বিক্ৰিয়া কৰি জুইশিখা উৎপন্ন কৰে। আনহাতে যেতিয়া লৱণ যৌগ হিচাপে থাকে তেতিয়া বাইপ’লাৰ…
আগন্তুক দুটা বছৰৰ কাৰ্যকালৰ কাৰণে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াৰ নিৰ্বাচন হৈ গ’ল৷ ফলাফলো ওলাল৷ ফলাফল ওলোৱাৰ পাছতেই, স্বাভাৱিক প্ৰৱণতাৰ উপৰিফল হিচাপেই ফলাফলক লৈ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশো পালে৷ এনে প্ৰতিক্ৰিয়াসমূহৰ সাৰমৰ্মসমূহৰ ভিতৰত প্ৰধান হৈছে – ক) অৰুণাচল প্ৰদেশৰ অধিবাসী…
নিজৰা ৰাজকুমাৰী “আই অ্যাম ছাৰা মাৰ্ডিনি, আই হেভ ন’ কাণ্ট্রি এনিম’ৰ৷” হঠাৎ যদি আপোনজনৰ পৰা আপুনি বিচ্ছিন্ন হৈ পৰে! অভাৱনীয়ভাৱে যদি আপোনাৰ পৰা হেৰাই যায় আৰামদায়ক বাসস্থান, আনকি সপোন পূৰণৰ স্বাধীনতাও?…
ভাস্কৰজিত ফুকন অসম নামৰ ভূ-খণ্ডত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাৰ ভেঁটিত গঢ় লৈ উঠা অসমীয়া জাতিৰ এক গৰিমাময় ঐতিহ্য আছে৷ এই ঐতিহ্যই ইয়াকে প্ৰতিপন্ন কৰে যে অসমীয়া জাতি এক সমন্বয়ৰ জাতি৷ এয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক, সাংস্কৃতিক সমন্বয়ৰ সমাহাৰ৷ জীৱিকাৰ বাবে…