ভৱিষ্যতৰ পৰা বৰ্তমানলৈ এজাক সৰল পথৰ সন্ধানত
সঞ্জীৱ সভাপণ্ডিত বৌদ্ধ ধৰ্মত বৌদ্ধ ভিক্ষুসকলে সদায় ভিক্ষা কৰিয়েই নিজৰ ক্ষুধা নিবাৰণ কৰে৷ মই সদায় ভাবোঁ ভিক্ষা কৰিলেইতো নহ’ব–ভিক্ষা দিবলৈওতো মানুহ থাকিব লাগিব বা মন থাকিব লাগিব- অৰ্থাৎ ধনী নহ’লেও অৱস্থাপন্ন মানুহ সমাজত থাকিবই লাগিব–অৰ্থাৎ সমাজত সদায় এচাম মানুহে…