Tag সমাজ

সৌৰভ কুমাৰ চলিহা আৰু ইংগিতময়তা

 সঞ্জীৱ সভাপণ্ডিত  এয়া৷ মোৰ নামটো ঘোষকে ক’লে আৰু মই আহি এইখিনি ঠাইত উপস্থিত হ’লোঁহি৷ উদ্দেশ্য নিৰ্দিষ্ট হৈ আছে৷ সময় নিৰূপিত হৈ আছে৷ মানুহ নিৰ্ধাৰিত হৈ আছে৷ সকলো ঠিক ঠাক৷ এতিয়া ঘটনাটো ঘটি গ’লেই হ’ল৷ মই সৌৰভ কুমাৰ চলিহাৰ লিখনিত ইংগিতময়তাৰ…

এগৰাকী পাঠকৰ দৃষ্টিৰে নীলোৎপল বৰুৱাৰ গল্প সংকলন “গান্ধী ফাগ্লা”

 কুশল ডেকা   (এক)   সাহিত্য পাঠকৰ বাবে লেখকে যেতিয়াই এক কাল্পনিক টাৰ্গেট গ্ৰুপৰ কথা ভাবে তেতিয়াই সকলো খেলিমেলি হয়৷ চৰিত্ৰ এক টিপিকেল বস্তু বুলি বদ্ধমূল ধাৰণা এটা গঢ় লয়৷ বিষয়বস্তু, তাৰ প্ৰতিপাদন আৰু বক্তব্য পূৰ্বনিৰ্ধাৰিত হৈ থাকে৷ সেয়া লেখকে…

এখন চহৰৰ বুকুত

 প্ৰতীক্ষা বৰা কোঠাটোত এখনেই খিৰিকী। খিৰিকীৰ ইপাৰে মুকলি আকাশখন দেখা পাম আৰু দুপৰৰ ৰ’দছেৰেঙা লৈ লিখা-পঢ়া কৰিম বুলি মানুহটোৱে ঘৰটো লৈছিল, এবছৰ নৌ হওঁতেই সেইকণত দোপতদোপে নতুন ফ্ল’ৰ এটা গজি উঠিল। এতিয়া আকাশৰ নামমাত্ৰও দেখা পোৱা নাযায়। পোন ৰ’দচেৰেঙাও আগৰ…

অংগৰক্ষক

অত্ৰেয়ী গোস্বামী   এজন পৰুৱাই পোৱা মানুহক লগ পাইছিলোঁ, তেওঁ কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই  ফুৰিছিল৷   পদূলিয়ে পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি আঙুলিবোৰ গণনা কৰা দেখিছিলোঁ, তেওঁৰ বোলে পঁচিছটা আঙুলি পাঁচোটা লুকুৱাই থয়৷   দোকানীবোৰক হাৰাশাস্তি কৰি নিজৰ বাবে ৰখীয়া…

ক’লা পতাকা

দিগন্ত শইকীয়া   টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু   কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত ডুবি   ময়েই প্রথম নে?   শতিকা সিপাৰৰ শিল সময়ত নামহীন দেহাবোৰৰ বিকাৰ কি!…

স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত

 অংগনা চৌধুৰী   বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷ সেয়ে ৭ ডিচেম্বৰ ২০২২-ৰ দিনা গুৱাহাটীৰ পৰা দিল্লীলৈ আকাশীযানেৰে উৰা মাৰিলোঁ৷ দিল্লীৰ পৰা অমৃতসৰলৈ আকৌ আমাৰ ফ্লাইট আছিল ৰাতি সাত…

চলচ্চি‍ত্ৰ মহোৎসৱ, কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু হাউছ অৱ ইলিউজনছ

ড° দীপশিখা ভাগৱতী   চলচ্চি‍ত্ৰ  মহোৎসৱ, ফিল্ম ফেষ্টিভেল বুলি ক‘লে আজিৰ পৰা কেই বছৰমান আগলৈকে সাধাৰণ জনগণই সৰ্বসাধাৰণে ঢুকি পোৱাৰ উৰ্ধ্বৰ এক জাকজমক “এফেয়াৰ” বুলিয়েই ধাৰণা কৰি আছিল। ফিল্ম ফেষ্টিভেল বুলি ক‘লে মানুহে কাঁ আন্তৰ্জাতিক চলচ্চি‍ত্ৰ  মহোৎসৱ, বাৰ্লিন, টৰণ্ট‘, ভেনিছ, বা অতি…

‘চুকাপাইকা’ ৰ কথাৰে!

 পংকজ প্ৰতিম বৰদলৈ   চুকাপাইকা৷ নামটো পাঠকৰ বাবে চিনাকি নহয়৷ উৰিষ্যাৰ কটক জিলাৰ এখন নদীৰ নাম হৈছে চুকাপাইকা৷ মহানদীৰ উপনৈ এই চুকাপাইকা নদীখন এখন মৃত নদী৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অলপতে এই নদীখন ‘পুনৰুজ্জীৱিত’ কৰিবৰ বাবে উৰিষ্যা চৰকাৰক এক নিৰ্দেশ দিছে৷ ছমাহৰ ভিতৰত যাৱতীয়…

পৰিক্ৰমা

 স্বপ্না দত্ত ভৰালী   “আৰম্ভ কৰিছানে ডেকাল’ৰা?”  হৰিনাথ বৰুৱাই মোক মাজে মাজে সোধে৷  “দুলাইনমান লিখা হৈছে খুৰাদেউ৷”  চৰকাৰী শিক্ষকৰ যোগ্যতাৰ পৰীক্ষাত কৃতকাৰ্য হৈ মাষ্টৰৰ চাকৰি এটা যেনেতেনে যোগাৰ কৰি মোৰ ঘৰুৱা চহৰখনৰপৰা তিনিশ কিলোমিটাৰমান দূৰৈৰ চহৰ এখনত আছোঁহি৷ ঘৰত দেউতা,…

‘ত’ মানে তেজা নহয়, তেজীমলা

 মুনমী দত্ত হাজৰিকা   এইটো এটা ৰূপকথা৷ তাহানিতে কানায়ে মহাৰাজক দি পঠোৱা ডালিম পুলিটো ৰাজচৌহদত টিকটিকিয়া ডালিমফুলেৰে উপচি থকাৰো বহু আগৰ৷ কানাইৰ তেজাবাই তেতিয়া গাভৰু হোৱাই নাছিল৷ এলাগী আয়ে কানাই আৰু তেজাক গৰু গাই টানি ফুৰিবলৈ নপঠাইছিল৷ চোতালত মেলি থোৱা কোমল…