নিশব্দঃ কান্দোন
কৌস্তুভ বেজবৰুৱা ৰাস্তাৰ কাষত মই পৰি আছোঁ চকুৰ সন্মুখত আকাশখন কঁপিছে। এটা মুহূৰ্ত আগতে মই দৌৰি আছিলোঁ — মোৰ পুচ্ছ নাচিছিল, জীৱনটো সহজ যেন লাগিছিল। হঠাৎ এটা ভয়ংকৰ শব্দ এটা উজ্জ্বল আলোক আৰু তাৰ পিছত— অসহ্য যন্ত্ৰণা। মোৰ…
কৌস্তুভ বেজবৰুৱা ৰাস্তাৰ কাষত মই পৰি আছোঁ চকুৰ সন্মুখত আকাশখন কঁপিছে। এটা মুহূৰ্ত আগতে মই দৌৰি আছিলোঁ — মোৰ পুচ্ছ নাচিছিল, জীৱনটো সহজ যেন লাগিছিল। হঠাৎ এটা ভয়ংকৰ শব্দ এটা উজ্জ্বল আলোক আৰু তাৰ পিছত— অসহ্য যন্ত্ৰণা। মোৰ…
অসীম তালুকদাৰ মানুহজনে লাহে লাহে খোজ কাঢ়িছে। পিন্ধনত তেওঁৰ শুদ্ধ বগা কাপোৰ এসাজ। অবিন্যস্ত একোচা চুলি আৰু খালী ভৰিৰে মানুহজনক বহুত ভাগৰুৱা দেখিছে। ঠাইখন তেওঁৰ একেবাৰে অচিনাকি। সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিছে, কিন্তু এনে ধৰণৰ ঠাই এখন পূৰ্বতে দেখা মনত নাই।…
অনুবাদ : মৃদুল মৰাণ (কবি পৰিচয়ঃ ঝাৰখণ্ডৰ আদিবাসী কবি পাৰ্ৱতী তিৰ্কী (জন্মঃ ১৯৯৪)ৰ প্ৰথম কাব্য সংকলন ‘ফিৰ উগনা’ (২০২৩, হিন্দী)। ইয়াৰ বাবেই তেওঁ ২০২৫ চনত সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এওঁৰ কবিতাই ছোট নাগপুৰ মালভূমি অঞ্চলৰ…
ময়ূৰী কাকতি মই বহুবাৰ স্বীকাৰ কৰিছো অকপটে যে মোৰ এটা প্ৰাচীন ভোক…
অমৃত গোস্বামী …
লোকনাথ গোস্বামী মন দাপোণত-১৭ (১) জীৱনৰ এক নতুন অধ্যায় প্ৰথম বাৰৰ কাৰণে ৰাজ্যখনৰে এখন বৃহৎ ঔদ্যোগিক নগৰ নামৰূপত পদাৰ্পণ কৰি জীৱনৰ অন্য এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ পাতনি মেলিলোঁ৷ পোনপ্ৰথম দেখিবলৈ পালো ৰাজ্যখনৰ এক বৃহৎ বিদ্যুৎ উৎপাদন কেন্দ্ৰ হিচাপে পৰিচিত ‘নামৰূপ তাপবিদ্যুৎ…
ৰৌচন আলি ভগা দলঙত ওলমি থকা কংক্ৰীটৰ দৰেই ঈশ্বৰৰ সন্ধানত ঘূৰি ফুৰিছে এজাক মানুহ ঈশ্বৰৰ ঘৰত ঈশ্বৰ নাই ঈশ্বৰৰ য’ত ঘৰ নাই তাতেই নিশ্চল হৈ পৰি আছে ঈশ্বৰ এদিন আমিয়েই আমাৰ উত্তৰসুৰীক সুধিছিলোঁ- আমাক ঈশ্বৰ লাগেনে নালাগে ! সিহঁতে…
মূল : ৰামকুমাৰ মুখোপাধ্যায় অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী (ৰামকুমাৰ মুখোপাধ্যায় এজন বাঙালী সাহিত্যিক৷ ভাৰতৰ সাহিত্য অকাডেমিৰ সহকাৰী সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ চৈধ্য বছৰ পূৱ ভাৰতৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ সাহিত্য অকাডেমিৰ বাংলা পৰামৰ্শদাতা…
পঙ্কজ প্ৰতিম বৰদলৈ যেতিয়া জোহৰান মামদানীয়ে ২০২৫ চনৰ নৱেম্বৰ মাহত ডাউনটাউন ব্ৰুকলিনৰ এখন মঞ্চত থিয় হৈছিল আৰু সহস্ৰ জনতাৰ আগত কৈছিল, “আমি এটা ৰাজনৈতিক বংশ উৎখাত কৰিছো”, তেওঁ কেৱল এক উল্লেখযোগ্য ব্যক্তিগত বিজয় উদযাপন কৰাই নাছিল, তেওঁ এটা প্ৰতীকী…
লোকনাথ গোস্বামী মন দাপোণত-১৬ (১) নামৰূপলৈ বুলি গাঁৱৰ ঘৰখনৰ পৰা হোল্ডল(Holdall) এটাত কাপোৰ-কানি আৰু চামৰাৰ পুৰণি বাকচ এটাত অইন কিছু সামগ্ৰী ভৰাই চাইকেলতে তুলি লৈ অকলে অকলে টাউনৰ সেই জুপুৰীটোলৈ আহিলো৷ জুপৰীটো তেতিয়া মোৰ Transit Campৰ দৰে আছিল৷ চাইকেলখন থৈ…