অসমত লাচিত চর্চাৰ ইতিহাস আৰু এটি ষড়যন্ত্ৰ তত্ত্ব
ড০ ৰক্তিম ৰঞ্জন শইকীয়া লাচিত বৰফুকন অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূর্ণ চৰিত্ৰ৷ ঐতিহাসিক চৰিত্ৰ হিচাপে লাচিত বৰফুকন যিমান গুৰুত্বপূর্ণ, তাতকৈও অসমৰ জাতীয় জীৱনৰ এক উদ্দীপক হিচাপে তেখেতৰ গুৰুত্ব অধিক৷ কিন্তু আচৰিতভাৱে লাচিত বৰফুকনৰ দৰে এটা গুৰুত্বপূর্ণ ঐতিহাসিক চৰিত্ৰ, অন্ততঃ…