গোন্ধ
পল্লৱী মহন্ত অতবছৰে তাই আছিল এটা ছাঁ। ছাঁটোৰ পৰা ওলাই আহিবলৈ তাইক প্রয়োজনতকৈ অধিক সময় লাগিল। তেতিয়ালৈ তাই মাহেকৰ মূৰত তিনিদিনীয়া যন্ত্ৰণাটোৰ পৰা মুক্তি পাইছিল। মাকৰ সেই যন্ত্ৰণাটো তেতিয়া জীয়েকলৈ বাগৰিছিল । জীয়েকলৈ তাই…
পল্লৱী মহন্ত অতবছৰে তাই আছিল এটা ছাঁ। ছাঁটোৰ পৰা ওলাই আহিবলৈ তাইক প্রয়োজনতকৈ অধিক সময় লাগিল। তেতিয়ালৈ তাই মাহেকৰ মূৰত তিনিদিনীয়া যন্ত্ৰণাটোৰ পৰা মুক্তি পাইছিল। মাকৰ সেই যন্ত্ৰণাটো তেতিয়া জীয়েকলৈ বাগৰিছিল । জীয়েকলৈ তাই…
স্মৃতিৰেখা দেৱী : তোমাৰ নাম তেনেহ’লে বাটলু? বৰ ধুনীয়া নাম৷ মোৰ নাম ইপ্পি, এওঁ হিং, তেওঁৰ নাম য়াকিছ আৰু তোমাৰ পিছফালে থকাজনৰ নাম ছিংকা৷ অচিন প্ৰাণীটোৱে হাঁহি হাঁহি কোৱা কথা শুনি বাটলুৱে পিছফালে ঘূৰি চালে৷ সেইটো প্ৰাণীয়েও তাৰ ফালে…
ধৰে নে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া? এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া? নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে নালাগে দেশ মানেনো কি, এই ধাৰণা নোহোৱাজনেও নিজৰ দেশখনক ভাল পায়…
কিশোৰ দাস কোঁৱৰ অসমীয়া সাহিত্যৰ মহীৰূহৰ স্বৰূপ হোমেন বৰগোহাঞি এজন যথাৰ্থ সাহিত্যিক৷ ‘ৰামধেনু’ যুগৰপৰা আৰম্ভ কৰি তেওঁৰ সৃষ্টিৰাজিয়ে বিশেষকৈ বৰগোহাঞিদেৱৰ কথা-সাহিত্যই সাম্প্ৰতিক সময়লৈকে অসমীয়া সাহিত্যৰ এক বুজন অংশ দখল কৰি আছে৷ বৰগোহাঞিদেৱৰ কথা-সাহিত্যৰ বিভিন্ন বৈশিষ্ট্যৰ ভিতৰত এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-…
বন্দনা কৌশিক বৰদলৈ ইয়াৰ পাছত, শেষৰ বাহিৰে বেলেগ একো নাথাকিব বুলি ভাবিয়েই হ’বলা বুৰ যাব খোজা বেলিৰ ৰঙেৰে কৰুণ হৈ উঠিছিল তোমাৰ মুখ দুখন হাতৰ এখন আন এখনৰ পৰা বিচ্ছিন্ন হোৱাৰ যি ভয় সেই ভয়ত ঘামখিনি বৰপুণি হয়…
ৰিপুঞ্জয় বৰুৱা ঋমন যোৱাটো এপ্ৰিলৰ অপূৰ্ণ শব্দবোৰ উটুৱাই থৈ উভতি অহাৰ পৰত নখদীঘল নৈখনে কৈছিল হাত সাৰিবলৈকে কিছুমান কথা নোকোৱাই ভাল হাত সাৰিবলৈকে কিছুমান স্মৃতি নোহোৱাই ভাল হাত সাৰিবলৈকে কিছুমান দুখ সাঁচি ৰখা ভাল হাত সাৰিবলৈকে কিছুমান পথ…
ধ্ৰুৱকুমাৰ তালুকদাৰ বতাহে বাট হেৰুৱাই মোৰ পিছে পিছে আহিছে… তাৰ হাতত শগুনৰ চিঠি মই পঢ়িব নাজানো, লিখিবলৈ শিকা নাই আখৰ মানুহ মৰি যাম, মৰাৰ পাছত থাকিব কি নিজৰ বুলি যি আছে হাড়-ছাল-মঙহ জুয়ে পুৰিব… সত্যত থাকোঁ, সত্য…
অনুবাদ : ড° ৰঞ্জিত দত্ত কবি পৰিচয় : ছেহলম ফ্ৰেডমেন(Shalom Freedman) এজন আমেৰিকান – ইজৰাইলী কবি আৰু চিন্তাশীল লেখক।এজন ইহুদী সাহিত্যিক হিচাপে তেওঁ মূলত: মানুহ আৰু ভগৱানৰ সেৱাৰ লগতে মানুহৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ কৰ্মপন্থাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা সাহিত্য…
যশোৱন্ত নিপুণ পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই আছে৷ কিন্তু ওচৰৰ টাউনলৈ পথাৰৰ মাজেৰে যোৱা পথটোৰ কাষে কাষে বহুতো মানুহৰ ঘৰ বহিছে৷ আগতে সেইফালে এঘৰো মানুহ…
ববিতা কলিতা চাৰিচুকীয়া দেৱালখনত ওলমি থকা গোলাকাৰ ঘড়ীটোলৈ একেথিৰে চাই আছিল জয়জিৎ দুৱৰাই৷ সময় ঘূৰিছে বৃত্তাকাৰে৷ অথচ এৰি অহা সময়বোৰ আমি কোনেও ওভতাই পোৱা নাই৷ য’ৰ পৰা আৰম্ভ কৰিছিলোঁ, ত’লৈকে কোনেও উভতি যোৱা নাই৷ ফ্ৰেমত সজাই থোৱা চাৰিচুকীয়া কেনভাছবোৰ…