অসমৰ লোক গণিত কাইথেলী অংক
ড০ ৰাস্না ৰাজখোৱা পৃথিৱীৰ সকলো বৈজ্ঞানিক আৱিষ্কাৰৰে মূল গণিতবিদ্যা৷ দৈনন্দিন জীৱনত গণিতৰ প্ৰভাৱৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ বজাৰত দুই কিলোগ্ৰাম আলু কিনিবলৈ গ’লেও অংকৰ কথাই আহে৷ মুঠতে গণিতক বাদ দি একো কথাই চিন্তা কৰিব নোৱাৰি৷ প্ৰাচীন যুগৰ পৰাই অসমত গণিত বিদ্যাৰ…