Tag সমাজ

টক্-শ্ব’

ভাস্কৰ ভূঞা আবেলি চ্ছেনেলৰ সংখ্যা টিপিলোঁ৷ ৯৪৫২৷  ক্ষন্তেক পাছতে ‘বেহৰবাৰী আউটপোষ্ট’ আৰম্ভ হ’ব৷ ছিৰিয়েলখনে ইতিমধ্যেই ৰাইজৰ বুকুত সাঁচ বহুৱাইছে৷  ব্যক্তি মাত্ৰেই নিজৰ ব্যঙ্গ জীৱনটো অভিনয়ৰ মাজেৰে চাই ভাল পায়৷ আনে কৰা চৰিত্ৰত চিকুটি চাব পাৰি নিজক৷ নিজৰ ভুলবোৰ আঁৰ লৈ…

নৱ আলোকৰ উন্মেষ

 অজিত ছিংনাৰ কথাৰ গুৰুত্ব বুজি সোনকালে আলোচনা এটা কৰিবৰ বাবে ছাৰকুৰুৱে ছাৰ্থে, মনছিং আৰু ছাৰবুৰাক নিজৰ পথাৰৰ কাষতে থকা কঁঠালজোপাৰ গুৰিত বহিবলৈ মাতিলে৷ কথাটো আলোচনা কৰি এটা সিদ্ধান্ত এতিয়াই লোৱাৰ মানস কৰিছে ছাৰকুৰুৱে৷ ইয়াত ছাৰ্থেহঁতৰ মতামত নিতান্তই প্ৰয়োজন৷ কোৰখন পথাৰতে…

মৰীচিকা

ভাস্কৰ জ্যোতি বৰুৱা         পাত্ৰটোৰ তলিত জুইৰ শিখা কমাই ৰখা হৈছে। ভিতৰৰ পানীখিনিত উপঙি থকা সেউজীয়া ভেকুলীটোৰ দৈহিক ভাষাই কয়— অনাগত বিপদ সম্পৰ্কে তাৰ সমূলি ধাৰণা নাই। কুহুমীয়া উষ্ণতাক যেন সি উপভোগহে কৰিছে। মূৰ্খ ক’ৰবাৰ। উষ্ণতা ঊৰ্ধ্বগামী। বঢ়িয়া!…

এখন চুক্তিপত্ৰ আৰু দুটা হস্তাক্ষৰ

পৰিস্মিতা বৰদলৈ কলচীয়া বৰণ লোৱা পানীখিনিৰ সৈতে তাইৰ চুলিৰ কজলা বৰণ মিলি এক অনন্য ৰঙৰ উৎপত্তি হৈছে৷ তাইৰ দুচকুত প্ৰতিবিম্বিত হৈছে নীলা আকাশ আৰু সমগ্ৰ পৰিৱেশটোৰ পৰিপাৰ্শ্ব৷ মাটিৰ ওপৰলৈকে শিপা ওলাই থকা গছজোপাৰ গাত ভেজা দি আছে তাই৷ তাইৰ মেলা চুলিটাৰি, তাই আউঁজি থকা…

দা ডিজাইনাৰ বেবী

মিনাৰা হুছেইন অত্যাধুনিক পৰীক্ষাগাৰত সকলো ব্যস্ত। চি চি আৰ ফাইভ CC নামৰ জিনটোৰ ওপৰত শেষ পৰ্যায়ৰ পৰীক্ষা চলাই থকা হৈছে। এইচ্ছ আই ভি পজিটিভ শুক্ৰাণু আৰু ডিম্বাণু দুটাৰ মিলন ঘটাই সৃষ্টি কৰা ভ্ৰুণৰ ওপৰত পৰীক্ষা চলি আছে। এইচ্ছ আই ভি পজিটিভ্ মাক-দেউতাকৰ পৰা…

মহাকাশ বিজ্ঞানী বৰ্ণালী দাসৰ সৈতে কথোপকথন

(যোৱা বছৰত এগৰাকী অসমীয়া যুৱতীয়ে মহাকাশ সম্পৰ্কীয় গৱেষণাত লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। কেইবাটাও বিৰল শ্ৰেণীৰ ৰেডিঅ’ তাৰকা বা মেইন-ছি‍কুৱেঞ্চ ৰেডিঅ’ পাল্‌ছ এমিটাৰ বা এম আৰ পি  আৱিষ্কাৰ কৰি মহাকাশ গৱেষণাৰ জগতত বৰ্তি থকা দশকজোৰা ধাৰণা সলনি কৰি নাছাৰ গৱেষণাগাৰত বিশ্বব্ৰহ্মাণ্ডৰ…

চ্যালুইনৰ পৰা লুইতলৈ

  ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পাছৰ পৰা) (উনৈশ) ভীষণ কষ্টকৰ পাহাৰীয়া বাট ৷ ডয়-কাও-ৰং দু পৰ্বত পাৰ হৈ ছ্যু-কা-ফাই দেখিলে এখন নদী পশ্চিম ফালে বৈ গৈছে। কষ্টকৰ পঅৰীয়া বাটৰ শেষত নদীখন পাই মানুহবোৰৰ ভাল লাগিল৷ নদীৰ পাৰে পাৰে পশ্চিমলৈ গৈ থাকিব পৰা যাব,…

নৱবৰ্ষৰ শুভেচ্ছা

পংকজ গোবিন্দ মেধি  নৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষৰ শুভেচ্ছা ক’ত থাকে নৱবৰ্ষৰ শুভেচ্ছাকেনেকৈ জনায় নৱবৰ্ষৰ শুভেচ্ছা নৱবৰ্ষ মানে ঘড়ীৰ কাঁইটৰএক লহমান সময়ৰ ইফাল আৰু সিফাল নৱবৰ্ষ মানে উলাহ আৰু স্ফূৰ্তিস্মৃতি আৰু পৰিকল্পনা কাইলৈৰ পৰা মই চিগাৰেট নাখাওঁঅথবা অন্যান্যকাইলৈৰ পৰা মই এজন ভাল…

এটা মেটাফৰিক কবিতা

শিখা গোস্বামী মহন্ত “O My Love’s Like A Red, Red Rose” Robert Burns কবিতা এটা লিখিবলৈ নিৰাই লওঁ চক্ৰৱৎ পৰিৱৰ্তন্তে পৃথিৱী-পাতাল ভেঁকুৰি তিতাৰ সৰু গোল গুটিবোৰৰ দৰেই বগা জালবোৰ বগাই যোৱাটো বৰ সহজ নহয় পোহৰত সহজ নহয় সহি থকা বগা…

জে’মছ জয়চ্ আৰু তেওঁৰ ‘য়ুলিছিছ’ (১৯২২)

ড° চুলতান আলী আহমেদ ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ১৯২২ চনটো এটা গুৰুত্বপূৰ্ণ জলচ্ছেদ (Watershed) হিচাপে পৰিগণিত হৈছে৷ এইটো বছৰতে তিনিখন এনেকুৱা ধৰণৰ সাহিত্যকৰ্ম প্ৰকাশিত হৈছিল যি তিনিখনক আধুনিকতাবাদী (modernist) সাহিত্য আন্দোলনৰ গুৰুত্বপূৰ্ণ পাঠ (text) হিচাপে গণ্য কৰা হয়৷ এই তিনিখন গ্ৰন্থ…