এলেং
জয়ন্ত দত্ত দৈনিক কাকতখনৰ চুকৰ বগা–ক’লা ফটোখনত চকু পৰাৰ লগে লগেই ওফন্দি আহিলে মোৰ সোঁৱৰণিৰ…
জয়ন্ত দত্ত দৈনিক কাকতখনৰ চুকৰ বগা–ক’লা ফটোখনত চকু পৰাৰ লগে লগেই ওফন্দি আহিলে মোৰ সোঁৱৰণিৰ…
অজন্ত কুমাৰ বৰা একেই পুৱা একেই পোহৰ আমিহে ৰং সানি অভিধা দিওঁ নতুনৰ আমি মুখতো ৰং সানো নিচিনিবলৈ নিজৰ নিজৰ মুখ ৰং সানিলেও নিজৰ মুখ নিজৰ ওচৰত লুকুৱাব নোৱাৰি ৰং সানিলে চেহেৰাহে সলনি হয় সলনি নহয় স্বভাৱ সময় সাপেক্ষে অনেকেই…
প্ৰশান্ত মিশ্ৰ আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিল আমি তলসৰা বিচাৰি গৈছিলোঁ কোনেও কেতিয়াও নভবা এটি প্ৰশ্ন এদিন লগৰ কণমানি এটাই সুধিলে “তেঁতেলীজোপা কোনে ৰুইছিল” কোনেও ক’ব নোৱাৰিলে সেই কথা পাহৰি গ’ল সকলোৱে কোনে…
প্ৰতীক্ষা বৰা আৰু এনেকৈয়ে, থনৰকৈ ভাগিল বুকুখন। বুকু ভঙাৰ শব্দটো যেন ইন্দ্ৰাণী শইকীয়াৰ কাণতহে বাজিল। হাই–উৰুমি নোহোৱা জঠৰ দুপৰীয়া এটাত কাণ দুখন জোৰকৈ হেঁচি ধৰিবৰ মন গ’ল তেখেতৰ, হো–হোৱাই উজাই অহা আগবেলাৰ হজম হ’বলৈ নেদেখা খোৱাবোৰক ঘটিয়ে ঘটিয়ে পানী খাই উলিয়াই…
নীলোৎপল বৰুৱা দণ্ডপাণি শইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গিজাত উঠা পলাৰ’য়ড ফটো এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে। অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে। বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন। কাজাখস্তানৰ প্ৰত্যন্ত…
গীতিকা শইকীয়া প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ থাকি চহৰ আৰু ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ কেনেকৈ শিকিলে? তেনেদৰে মানৱে কেনেকৈ ভগৱান নামৰ এক সৰ্বশক্তিমান শক্তিৰ উপস্থিতিক, ৰাষ্ট্ৰ…
ড° নীৰাজনা মহন্ত বেজবৰা (ক) প্রচলিত শিক্ষা ব্যৱস্থা আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে। অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাও তেনেকুৱা এটা বিষয়। জাতি একোটাক আশ্রয় কৰি জাতীয় ভাষা আৰু জাতীয় ভাষাক আশ্রয় কৰিয়ে জাতীয়…
ড° ভাৰত বৰুৱা আজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা লেবকোট পিন্ধি অনুবীক্ষণ-যন্ত্ৰৰে পৰীক্ষা কৰি আছে, এজন জ্যোৰ্তিবিদে দূৰবীক্ষণেৰে মহাকাশৰ ৰহস্য বিচাৰিছে, কৃত্ৰিম উপগ্ৰহে পৃথিৱীৰ পৰিভ্ৰমণ কৰিছে…
উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপ জোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক টিককৈ ৰঙা হৈ ফুলিব বাটৰুৱাই ৰৈ ৰৈ চাব হাঁহি থকা ৰঙাকলি এটাই পুৰণি…
প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ ৰঞ্জুমণি মহন্ত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱন ধাৰণ পদ্ধতিলৈ আমূল পৰিৱৰ্তন অনাৰ লগতে আধুনিক জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষেত্ৰতে ই এক এৰাব নোৱৰা অংগ হৈ পৰিছে৷ আধুনিক জীৱন যাত্ৰাত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি বাঢ়ি অহাৰ…