Tag সমাজ

নায়ক-চিন্তানায়কৰ লেখ-আলেখলেখ

সঞ্জীৱ সভাপণ্ডিত ‘জাংফাই জোনাক’ চিনেমাখনত মই প্ৰথমতেই এখন মঞ্চত উষা–চিত্ৰলেখাৰ এটা ৰূপকাত্মক মৌন দৃশ্যৰ অৱতাৰণা কৰিছিলোঁ৷ সংমিশ্ৰিত জাতি–জনজাতিৰ মানুহৰ এটা অঞ্চলত সন্ধিয়া সকলোবোৰ মানুহ মাটিত বহি এক আচৰিত ধৰণৰ অভিনয় উপভোগ কৰিছিল৷ গাঁৱৰ মানুহে নাটকত সংলাপ বিচাৰে বুলি থকা সাধাৰণ ধাৰণাটোৰ…

মৰমৰ পদ্য

স্মৃতিৰেখা দেৱী মনোৰম হাজৰিকা ল’ৰাটিৰ নাম, কম্পিউটাৰ গে’ম খেলে, নাই আন কাম ৷ পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়, আৰু লৰালৰি কৰি কেনিবা লুকায় ৷ তেনে সময়তে উঠে মাকৰ খং, ‘কিয় হ’বি ল’ৰা তই ইমান অভং ?’ বুলি কৈ মাকে…

নীলমণি ফুকন শোৱা নাই

নীলিম কুমাৰ   নীলমণি ফুকন শোৱা নাই নীলমণি ফুকন শুব নোৱাৰে তেওঁ নোশোৱে তেওঁৰ টোপনি নাহে তেওঁ জাগৰণ দুচকু মেলি আছে তেওঁ ৰাতিৰ তৰাবোৰে তেওঁৰ চকুৰ পোহৰৰ স’তে ফেৰ মাৰিছে৷ নীলমণি ফুকন শোৱা নাই কাৰণে পৃথিৱী নৃত্যৰতা নীলমণি ফুকনে শোৱা…

অনুবাদতত্ত্ব

 ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ: কুমুদ ঘোষ   (সমকালীন বাঙালী প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম অধ্যাপক তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা অধ্যাপক ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷ দেশ-বিদেশত কবি…

নীলপিতা

প্ৰদীপ শইকীয়া   শিলৰ ঘোঁৰাই পানী খায় ৷ দৈৱকী হেৰায়   জুইতে সোমাইছোঁ নে পানীতে পৰিছোঁ বকফুলৰ বিচনাত আমি অতকাল তাকেই পাতি আছিলোঁ   দেৱতাৰ মানৱায়ন  চন্দ্ৰহাস এখন তৰোৱালৰ নাম মৰা জোনাকী দেখা নাই ৷ বিহৰা বিলত নুমলী চন্দ্ৰমাৰ খাৰু…

প্ৰিয়বৰেষু

পংকজ গোবিন্দ মেধি   নিদ্ৰামগ্ন ৰাতি এটাই দেও পাহাৰত পৃষ্ঠা লুটিয়াইছিল   নে সন্ধিয়াৰ ঢিমিক ঢামাক চাকিৰ পোহৰে আজাৰাৰ হাটত ঢেঁকীয়া বেচিছিল   আমি য’ত আছিলোঁ তাতেই আমাক তিলফুলৰ বাগিচা এখনে হাত বাউল দি মাতিছিল   আমি কপৌৰ ৰুণৰ লগত…

নীল সাগৰ

জ্যোতিনীলিমা গগৈ   বতাহত এক আৰণ্যক মায়া আছিল পথৰুৱা বেলিয়ে জুই দি নৈখনিক জোকাই থকাৰ পৰত হেমন্তৰ নিৰ্জনতাই তেওঁক মৃত্যুৰ বাবে প্ৰৰোচিত কৰিছিল মধুৰতম এক মৃত্যু আৱাহন   এটা শব্দৰো যে ইমান শকতি পানীৰ গভীৰলৈ এটা বাট সাজিব পাৰে কোনো…

প্ৰশ্নবোৰ

সমুদ্ৰ কাজল শইকীয়া   হে কবি, প্ৰশ্নৰ কবি প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ হে কবি উত্তৰোত্তৰ   হিৰন্ময় পাত্ৰত আছিল উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ আকৌ তুলিছিল নৱকান্তই সৌটো কি একেবোৰ প্ৰশ্নকেই তুলি গ’ল নীলমণিয়ে সৌটো কি হিৰন্ময় পাত্ৰ   প্ৰশ্নবোৰ। যাৰ কোনো…

অসমীয়া উপন্যাসত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ

     বনিশা শইকীয়া         অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহে চামে চামে আহি বসতি স্থাপন কৰিছে৷ ইয়াৰ সমাজখনৰ গাঁথনিটো নিৰ্মাণৰ ক্ষেত্ৰত অভিবাসনৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ অসমলৈ হোৱা…

আত্মকথা

অৰুণ গগৈ                 গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ ৰ’দে-বৰষুণে সহিব পাৰোঁ জীৱনৰ উত্তাপ” মই তেওঁৰ ফটা বনিয়নৰ ফাঁকত দেখা পালোঁ ৰ’দৰ…