Tag সমাজ

অণ্ড

 মূল : এণ্ডি ৱেইৰ (১৯৭২)-ৰ The Egg  ভাবানুবাদ: যশোৱন্ত নিপুণ তুমি ঘৰলৈ গৈ আছিলা যেতিয়া তেতিয়াই তোমাৰ মৃত্যু হৈছিল৷ সেইটো এটা গাড়ীৰ দুৰ্ঘটনা আছিল৷ বৰ বিশেষ ধৰণৰ নাছিল, কিন্তু জীৱননাশী আছিল৷ তুমি তোমাৰ পত্নী আৰু দুটি শিশু এৰি থৈ আহিছিলা৷…

হয়তোবা নৈশব্দ

 অংগনা ভট্টাচাৰ্য্য নৈশব্দৰ সিপাৰেও আছে এখন পাহাৰ৷ সেই পাহাৰতেই মোৰ অনুভৱৰ ঘৰ৷ মোৰ কোমল কলিজাৰ অনিঃশেষ অনুভূতিয়ে সেই পাহাৰতেই আতোলতোলকৈ সাজি তুলিছেহি অনন্য এখনি ঘৰ৷ নৈশব্দ ! এৰা, নৈশব্দৰ সিপাৰেই মোৰ অনুভৱৰ ঘৰ৷  আৱাহনী মন্ত্ৰ ওঁঠত লোৱাৰ অভ্যাস কাহানিও নাছিল৷…

আৱৰ্তন

 পাপৰি গোস্বামী   চল্লিছৰ  পৰা ক্ৰমে আশীলৈকে স্পীড বঢ়াই লৈ আকৌ পঞ্চাছলৈকে নমাই আনে। ইমানেই মসৃণতাৰে চলাই  নিয়ে যে যাত্ৰীসকলে এবাৰলৈও অনুভৱেই কৰিব নোৱাৰে। অঁকোৱা-পকোৱা ৰাস্তাটো কিচকিচিয়া ক’লা গোমসাপ এডালৰ দৰে পৰি আছে। দবাপিটা বৰষুণজাক পুৱাতেই যি আৰম্ভ হ’ল, কমাৰ…

ক্ৰীত

 নীলোৎপল বৰুৱা   ‘এইবাৰ আকৌ কি হ’ল’- বুলি যদি কোনোবাই ফৎচনে সুধি দিয়ে, লৱ গগৈয়ে গোঁ-গোঁৱাব। একো উত্তৰ নিদিয়ে। তেওঁ কুৰুং এটাত সৰি পৰিব। গৈ থাকিব গৈ থাকিব.. । পৃথিৱীৰ কোনোবা এটা ফালে ওলাই তেওঁ গাত বনচাই কৰা গছৰ ডাল…

অৱগুণ্ঠন

 ড° ইৰাণী হাজৰিকা   “ইমান খং ভাল নহয়৷ অলপ ধৈৰ্য ধৰিব লাগে মানুহে৷ খং নামেই চণ্ডাল৷”  মাকৰ একেবোৰ কথাকে পুৱা গধুলি শুনি শুনি পঢ়া টেবুলত বহি থকা মনোৰ কেতিয়াবা আপদীয়া খংটো পুনৰ উঠি আহিছিল৷ খং উঠিলে খন্তেকতে হিতাহিত জ্ঞান হেৰুৱাই…

মানসিক

অত্ৰেয়ী গোস্বামী   জীয়াই থকাৰ তাগিদাত সময়ক পাঞ্জাৱী চোলাৰ জেপত ভৰাই চক পেঞ্চিলেৰে আখৰ লিখোঁতেই পাৰ হৈ গ’ল এটা জীৱন৷ পাটীগণিতৰ পিঠিত ভেঁজা দিওঁতে চুঁচৰি গৈছিল তেওঁৰ চুৰিয়া, ৰঙা মাটিৰ দাগ এটা ৰৈ গৈছিল নফটালৈকে৷   তেওঁৰ চৰিত্ৰ অসামাজিক হোৱাৰ আগৰ কাহিনীবোৰ…

আঙুৰ ফুলিছে

 মেঘনা চৌধুৰী         দুৰাতি তাইৰ ভালকৈ টোপনি নাই৷ অতদিনে মানুহক ভালকৈ শুবলৈ দিয়া সকলো পৰামৰ্শ, বুজনি, দৰৱ, প্ৰেছক্ৰিপশ্যনবোৰে মিলি যেন তাইক ভ্ৰুকুটিহে কৰিছে৷ ৰোগীৰ সৈতে অন্তৰৰ পৰা একাত্ম হ’লেও কোনোদিন তাই বৃত্তিগত আৰু ব্যক্তিগত জীৱনক একাকাৰ কৰা নাই৷ তাইৰ নিজৰ…

দ্য লেণ্ড অৱ্ ঝাৰিচ্

স্ৰোতস্বিনী তামুলী                 ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল। বৰঞ্চ শুকান ৰঙা আৱেশ এটাইহে যেন ঠাইখনক আৱৰি ৰাখিছে।              …

দিছলেক্সিয়া

পম্পি বৰা বৈশ্য “তাৰে জমিন পৰ” চিনেমা খনৰ সেই ঈশান নামৰ সৰু ল’ৰাজনক মনত আছে চাগে নিশ্চয়। সেই যে ঈশানে ভালকৈ পঢ়িব লিখিব নোৱাৰিছিল। বি/ ডি, পি / কিউ খেলিমেলি কৰিছিল, নম্বৰবোৰ ভালদৰে বুজি নাপাইছিল। শেষত শিক্ষক ৰামশংকৰ ৰূপী আমিৰ…

সাহিত্যৰ অধ্যয়নক্ষেত্ৰৰ উদ্বেগজনক পৰিৱেশ

  ভাৰতবৰ্ষৰ দৰে বহুভাষিক দেশ এখনৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাত ঘাইকৈ ভাষিক পাৰ্থক্যৰ কাৰণেই একক ভাষা-সাহিত্যৰ পাঠ্যক্ৰম কল্পনা কৰিব নোৱাৰি৷ পৰিসৰটো কমাই আনিলে অসম নামৰ ৰাজ্যখনতো আমি একেটা অৱস্থা প্ৰত্যক্ষ কৰোঁ ৷ সাধাৰণতে বিদ্যালয় পৰ্যায়ৰ শিক্ষাত একোটা প্ৰাদেশিক ভাষাত বিবিধ বিষয়ৰ…