এটি চৰাইৰ ছবি এখন আঁকিবলৈ লওঁতে
মূল (ফৰাচী): ঝাক প্ৰেভেৰ (১৯০০-১৯৭৭) ইংৰাজী অনুবাদ: ইউজীন লেভিছ অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ (কবি পৰিচয়ঃ এজন প্ৰখ্যাত ফৰাচী কবি আৰু চিত্ৰনাট্যকাৰ। ঘাইকৈ দ্বিতীয় মহাযুদ্ধৰ পাছৰ পেৰিচ চহৰৰ মানুহৰ জীৱন তেওঁৰ কবিতাত প্ৰতিফলিত হোৱা দেখা যায়। আনহাতে ‘আশা’ আৰু ‘অনুভৱী প্ৰেম’…