ভগীৰথ
ঋষভ নাথ পিয়াহ পুহিম মই এটা হাঁহৰ দৰে আতুৰণি পি পি সি ডাঙৰ হ’লে এদিন ডেউকা মেলি নিব মোক দেৱ-কৃপাহাৰা অহং আৰাৱলীলৈ শিলে শিলে ঠেকা খাই বাঢ়নী ৰ’দত দূৰ ৰাজস্থানৰ ৰেণু-ৰজত আকাশ খহাই অহা এজাক উচুপনিকে নতশিৰে সুধিম মই…
ঋষভ নাথ পিয়াহ পুহিম মই এটা হাঁহৰ দৰে আতুৰণি পি পি সি ডাঙৰ হ’লে এদিন ডেউকা মেলি নিব মোক দেৱ-কৃপাহাৰা অহং আৰাৱলীলৈ শিলে শিলে ঠেকা খাই বাঢ়নী ৰ’দত দূৰ ৰাজস্থানৰ ৰেণু-ৰজত আকাশ খহাই অহা এজাক উচুপনিকে নতশিৰে সুধিম মই…
অধ্যায় – ৩ অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে) চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে অতীন্দ্ৰিয় সকলো বিষয় দেখাকৈ দিব্যদৃষ্টি পালে । তদঙ্কনিস্যন্দনজলেন লোচনে প্রমৃজ্য পুণ্যেন পুৰস্কৃতঃ সতাম্ | অতীন্দ্রিয়েষ্বপ্যুপপন্নদর্শনো বভূব ভাবেষু দিলীপনন্দনঃ || ৩-৪১|| ৰাজনন্দনে…
সঞ্জীৱ সভাপণ্ডিত এই লেখাটোৰ নামটো শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ লোভকণ মই সামৰিব নোৱাৰিলোঁ; কাৰণ মোৰ এই পৰৱৰ্তী শব্দ শৃংখলৰ পৰা উদ্ভূত হ’বলগীয়া শিৰোনামটো ‘মায়া’ বা ‘দিবা স্বপ্ন’ বা ‘পাগলামি’ আদি যিকোনো হ’ব পাৰিলেহেঁতেন যদিও…
নৱনীতা ভট্টাচাৰ্য্য দ্বিতীয় খণ্ড অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো যোৱা খণ্ডত দিয়া কথা ৰাখি আজি তোমালোকক পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ বিষয়ে অলপ ক’ম বুলি ভাবিছোঁ ৷ এই ভাষণটি হ’ল অসম সাহিত্য সভাৰ প্ৰথম অভিভাষণ৷…
ড০ পোনা মহন্ত আজি ১৭ ছেপ্টেম্বৰ৷ বিশ্বকৰ্মা পূজা৷ কল–কাৰখানাৰ শ্ৰমিকসকল আৰু বিভিন্ন যন্ত্ৰ–পাতিৰ সহায়ত কাম কৰি জীৱিকা উলিওৱা লোকসকল এতিয়া নিশ্চয় উৎসৱৰ উখল–মাখলত আত্মহাৰা হৈ আছে৷ কপালৰ ঘাম–মাটিত পেলাই শ্ৰম কৰাৰ পাছত এইয়া যেন ক্ষণিকৰ জিৰণি৷ অতীতৰ কথা সোঁৱৰণ কৰি…
শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰ বছৰবোৰতো অসমৰ জাতীয় জীৱন অনেকটা বিষয়ক কেন্দ্ৰ কৰি অস্থিৰ আৰু অনিৰাপদ হৈ আছে৷ বিভিন্ন কাৰণত অসমীয়া জাতীয় সত্তাৰ ভৱিষ্যৎ অন্ধকাৰ হোৱাৰ আশঙ্কাত ভুগি দলে…
পঙ্কজ প্রতিম বৰদলৈ ১৯১৯ চনৰ ২৮ জুনত স্বাক্ষৰিত হোৱা ভাৰ্চাই চুক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰথম মহাসমৰৰ অন্ত পেলায়। সেই একে বৰ্ষৰে জুলাই মাহত গোৰ্খা ৰাইফল্ছৰ কৰ্ণবাহাদুৰ ৰাণাই গৌৰৱেৰে হাতত তুলি লৈছিল অতি সন্মানীয় ভিক্টৰীয়া ক্ৰ’ছ। যুদ্ধক্ষেত্ৰত দেখুওৱা অতুলনীয় সাহসিকতাৰ বাবে, সি আছিল সেই সময়ৰ সৰ্বোচ্চ সন্মান।…
পৰিস্মিতা বৰদলৈ বাহিৰত মুষলধাৰে বৰষুণ নামিছে৷ ঝৰঝৰ! ঝৰঝৰ! আধাখোলা খিৰিকীৰে উৰিব লাগিছে ৰেচমী পৰ্দাখন৷ পৰ্দাখনৰ ৰংটো কুহুমবুলীয়া৷ খিৰিকীখনৰ ওচৰতে ৰৈছেহি তাই৷ সোমাই অহা এচাৰকণি চিটিকি পৰিছে তাইৰ গালেমুখে, চকুৰ দুপতাত আৰু তাইৰ খোলা চুলিত৷ তাই আজি ৰ’দৰঙী কুৰ্তি এটা…
নৱজিৎ চেলেং দুশাৰী দীঘলীয়া পাতাবাহাৰৰ মাজেৰে মণিমালাই দীঘলকৈ দূৰলৈ চালে। মণিমালাৰ দৃষ্টি পদূলি সাৰি মূল ৰাস্তাৰ পৰাও কিছু আগুৱাই গ’ল। সেইপাৰে এখন আকাশ আছে। আধা টুকুৰা আধা টুকুৰা বৰফি আকাৰৰ ছাইৰঙী পাহাৰে নক্সা কটা আকাশ। মণিমালাৰ আজন্ম চিনাকি। তাৰ তলে…
মূল : জীবনানন্দ দাশ (বাংলা) অনুবাদ : নিৰোদ গোহাঁই কবিতা বুলিলে যদি কোনো এখন দেশৰ এটা বা অৰ্ধশতকৰ কাব্যক বুজায় তেনেহ’লে কবিতা সম্বন্ধে প্ৰায় সম্পূৰ্ণ আলোচনা বেছি সহজসাধ্য হ’ব, বেছি সফলতা, প্ৰায় গাণিত্যিক শুদ্ধি আশা কৰা যাব পাৰে৷ কিন্তু এই…