এপ্ৰেণ্টিচশ্বিপ বা শিক্ষানবিচী : দ্বৈত বৃত্তিগত প্ৰশিক্ষণ আৰু কাৰখানা-উন্মুখ প্ৰতিভাৰ বিকাশ
ড° ভাৰত বৰুৱা ক’ভিড অতিমাৰিৰ বাবে সমগ্ৰ বিশ্বৰেই কাৰখানাসমূহত কৰ্মীৰ অভাৱে দেখা দিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক ইতিহাসত ইয়াক “দ্যা গ্ৰে’ট ৰেজিগনেশ্যন” বুলি কোৱা হৈছে। কেৱল ২০২১ চনতেই আমেৰিকা যুক্তৰাষ্ট্ৰত ৪৭ মিলিয়ন কৰ্মীয়ে ইস্তফা দিয়ে। এই ইস্তফাৰ কেইবাটাও অন্তৰ্নিহিত কাৰণ আছে,…