বাঘৰাণী খইৰী
বাঘিনীৰ সত্য জীৱন কাহিনী ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম কিছু দিনৰ পাছত কুকুৰপোৱলিটোৰ চকু মেল খালে। আৰু সি সূৰুযৰ কোমল কিৰণত যাক প্রথম দেখিলে, সেয়া আছিল তাৰ বাঘিনী মাহী খইৰী। চকু মেলাৰ পাছত খইৰীয়ে…