মানুহ
মানস প্ৰতিম দত্ত গছপুলি ৰোৱা মানুহ বননি-বন্যপ্ৰাণৰ মাতৰ হেঁপাহ হোৱা মানুহ কথা কোৱা মানুহ ভাষণ দিয়া মানুহ কথা কোৱা মানুহবোৰ কথা ক’বলৈ যায় আৰু বন্যপ্ৰাণৰ জীৱনৰ সুৰ হোৱা মানুহবোৰ! বন্যপ্ৰাণৰ সুগন্ধি মাত হোৱা মানুহবোৰ গুচি যায়…
মানস প্ৰতিম দত্ত গছপুলি ৰোৱা মানুহ বননি-বন্যপ্ৰাণৰ মাতৰ হেঁপাহ হোৱা মানুহ কথা কোৱা মানুহ ভাষণ দিয়া মানুহ কথা কোৱা মানুহবোৰ কথা ক’বলৈ যায় আৰু বন্যপ্ৰাণৰ জীৱনৰ সুৰ হোৱা মানুহবোৰ! বন্যপ্ৰাণৰ সুগন্ধি মাত হোৱা মানুহবোৰ গুচি যায়…
অৰ্চনা পূজাৰী মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ নাটকখন আৰম্ভ হৈছে নবীন, নলিনী, ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ *** “প্ৰেম এগিলাছ মদ” – এজনে সংলাপ নিক্ষেপ কৰিলে প্ৰত্যুত্তৰত আন এজনে ক’লে – নহয় নহয় প্ৰেম হ’ল – “চে’কবহীৰ…
মৃদুল শৰ্মা ১৩ কুন্তী৷ সত্য কি নাজানো৷ কিন্তু শুনিবলৈ পাইছোঁ যে মই আছিলোঁ মথুৰাৰ মহাৰাজ শূৰসেনৰ কন্যা৷ অষ্ট যাদৱৰ প্ৰধান মহাৰাজ শূৰসেনে তেওঁৰ বন্ধু কুন্তীভোজ নিঃসন্তান হোৱা বাবে কুন্তীক শিশু অৱস্থাতে কুন্তীভোজৰ হাতত অৰ্পণ কৰিছিল৷ গতিকে প্ৰকৃতাৰ্থত কুন্তীভোজ আছিল মোৰ…
মূল : মেক্সিম গৰ্কি ভাবানুবাদ : যশোৱন্ত নিপুণ গ্ৰীষ্মৰ এনিশা নগৰৰ প্ৰান্তৰ এক জনশূন্য পথত মই এটা অদ্ভুত দৃশ্য দেখিছিলোঁ : এজনী তিৰোতাই ডাঙৰ দোঙ এটাৰ মাজত থিয় হৈ সৰু ল’ৰাৰে দৰে ভৰি মাৰি, খেদালি খেদালি বোকাপানীবোৰ ছিটিকাইছে- ভৰি মাৰিছে আৰু নাকী সুৰেৰে…
মূল : লিও টলষ্টয়ৰ ‘What is Art?’ অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস (৩) ৰাছিয়ান ভাষাত krasota (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ যিবোৰে আমাৰ দৰ্শনেন্দ্ৰিয়কহে মাথোন আনন্দ দিয়ে। আৰু যদিও শেহতীয়াকৈ মানুহে ‘এটা জঘন্য কৰ্ম’ অথবা ‘সুন্দৰ…
ৰিমলি বৰকটকী মনৰ সংবাদ বসন্তৰেই হওকেই বা শীতৰেই হওক, ইটো মনৰেই কথা। বিফ’ৰ স্প্ৰীং এনে এখন চলচ্চিত্ৰ-য’ত প্ৰাক্ বসন্তৰ সময়ছোৱাত কেইজনমান ব্যক্তি বা চৰিত্ৰৰ জীৱনৰ কিছু সময় আৰু ঘটনা প্ৰবাহক তুলি ধৰা হৈছে। আটাইকেইটা চৰিত্ৰই আন্তঃসংযুক্ত। গত ২০২৩…
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত প্ৰথম অধ্যয় ।। অথ গ্রীষ্মঃ ।। ।। গ্ৰীষ্ম বৰ্ণনা ।। এতিয়া গ্ৰীষ্ম । সূৰুযৰ কি প্ৰচণ্ড উত্তাপ মোহনীয় হৈ পৰিছে জোনাক । কমিছে জলাধাৰৰ জল নিৰন্তৰ স্নান আৰু অৱগাহনত । এতিয়া দিনৰ অন্তত ৰমণীয়…
প্রিয়ংকা বৰুৱা আগলি কলপাতখনত চকুত লগাকৈ সজোৱা ভাতসাঁজ দেখি দিব্যপ্ৰভা দৰক লাগিল৷ গাত যেন ব্ৰজপাত পৰিল! ধোঁৱা বলা ভাতকেইটাৰ ওপৰত এহেতা খাৰ দিয়া মাটি দাইল৷ কাষতে দুটা সৰু সৰু দোৰোলা৷ এটাত দুফলীয়া আলুটোৰ এফালৰ সৈতে তিনিটুকুৰা মাংসৰ তেলতেলীয়া ৰঙচুৱা…
দেৱজিত হাজৰিকা ব্ৰহ্মানন্দ পাচনিয়ে নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব পৰা নাই, বাৰে বাৰে ব্যৰ্থ হৈছে, যেন তাৰ কোবাল সোঁতে তুলিকাডাল পিচলাই পিচলাই লৈ যায়, খোপনিটো ধৰিব পৰা নাই৷ তিনিদিন…
নিংকু নিশা নেওগ শেষ বসন্তৰ সময়৷ বতৰটো গোমা৷ এজাক মুষলধাৰ বৰষুণ এই আহোঁ এই আহোঁ৷ আকাশত কফিৰ কাপৰ ওপৰত উঠা ফেনখিনিৰ দৰে ওফন্দি উঠা ডাৱৰ৷ কিন্তু কজলা৷ মই পল্টন বজাৰ বাছষ্টেণ্ডত অকলে ৰৈ আছোঁ৷ মোৰ ওচৰে-পাজৰে বিভিন্ন ঠাইলৈ যাবলৈ…