Tag সংগীত

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী (৩)  সত্ৰ, গাঁও, গাঁৱৰ সহজ-সৰল মানুহখিনি, চৌপাশৰ প্ৰাকৃতিক বৈভৱ, পুৱা-গধূলি সত্ৰত শিচ-ভকতৰ সমাৱেশ, শৰণ-ভজন, আমাৰ ঘৰখনৰ প্ৰতি সেইসকলৰ অকৃত্ৰিম শ্ৰদ্ধা-ভক্তি, গাঁৱৰ খেতি-বাতি কৰা মানুহখিনিৰ আমাৰ ঘৰখনৰ প্ৰতি থকা সৎভাৱ-সহযোগিতা আদিৰ মাজেদি এটা সময়লৈ ঘৰখন ভালেই চলি আছিল৷ অভাৱ…

পানী

 উৰ্মি জুলী শইকীয়া     আজিকালি মই দুখৰ কথাবোৰ পানীকেই কওঁ কোনোবা ওচৰত থাকিও নাথাকে শুনিবলৈ কোনো নাথাকিলেও মোৰ ক’বলগীয়া থাকে সেইবোৰ মই পানীকেই কওঁ   কোনোৱে পাহাৰৰ দৰে বিষাদ লুকুৱাই থয় পানীত কোনোৱে চৰাইৰ দৰে কৰুণ সুৰ  শৈশৱো লুকাই…

বহুৰূপী

মূল : এণ্টন চেখভৰ ‘A CHAMELEON’ অনুবাদ : পংকজ কুমাৰ নেওগ    বজাৰখনৰ মাজেৰে ইন্সপেক্টৰ ওচুমেলভে পাক এটা মাৰিছিল। গাত তেওঁৰ এটা নতুন অভাৰকোট আৰু কাষলতিৰ তলত এটা সৰু টোপোলা। পিছে পিছে ৰঙাচুলীয়া চিপাহী এজনো গৈছিল; তেওঁৰ হাতত আছিল বজাৰৰ পৰা বাজেয়াপ্ত কৰা ফল-মূলৰ…

কেৰিয়াৰ হিচাপে ইথিকেল হেকিং (Ethical Hacking)

 ড° বুলজিৎ বুঢ়াগোহাঁই           ইথিকেল হেকিং হৈছে কম্পিউটাৰ প্ৰণালী, নেটৱৰ্ক, আৰু ডিজিটেল সম্পদৰ সুৰক্ষিততা পৰীক্ষা আৰু উন্নত কৰাৰ উদ্দেশ্যে নৈতিকভাৱে হেকিং কৰা এটি প্ৰক্ৰিয়া৷ ইথিকেল হেকাৰসকলে অনুমতিৰ সহায়ত কোনো সংস্থাৰ প্ৰণালীসমূহৰ ওপৰত হেকিং পৰীক্ষা চলায়, যাতে সেয়া কোনো অনৈতিক…

বহাগত যেতিয়া তাইক দেখিছিলোঁ

 মূল : হাৰুকি মুৰাকামি ইংৰাজী অনুবাদ : JAY RUBIN(ON SEEING THE 100% PERFECT GIRL ONE BEAUTIFUL APRIL MORNING)  অনুবাদ : বিদ্যুৎ বিকাশ শর্মা         এপ্ৰিল মাহৰ এটা উজ্জ্বল ৰাতিপুৱা৷ টকিঅ’ চহৰৰ হাৰাজুকু নামৰ এক অভিজাত অঞ্চলৰ সুৰুকীয়া ৰাস্তা এটাত…

প্ৰকৃতিৰ বিষয়ে আৰু কিছু অৰণ্যৰোদন

মে’ মাহৰ মাজভাগৰ কেইটামান দিনত ভাৰতৰ বিভিন্ন স্থানত যেন জুইহে  জ্বলিছিল– তাপমাত্ৰা প্ৰায় ঊনপঞ্চাছ  ডিগ্ৰীলৈ উঠিছিল৷ পাকিস্তানৰ মহেঞ্জোদাৰোত তাপমাত্ৰাই পঞ্চাছ ডিগ্ৰী অতিক্ৰম কৰি গৈছিল৷ মানুহৰ কথা বাদেই, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱবোৰেও আনকি পানী খাবলৈ নোপোৱা অৱস্থাৰ সম্মুখীন হৈছিল৷ এনে হৈছিল…

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত   তৃতীয় অধ্যায় ।। শৰৎ বৰ্ণনা ।।   শুকুলা কঁহুৱাৰ বস্ত্ৰ পৰিধান কৰি, বিকশিত কমলৰ দৰে যাৰ মনোহৰ মুখশ্ৰী, উন্মাদ হংসৰ ৰৱ যাৰ নূপুৰৰ ৰম্য ধ্বনি, লাৱনী দেহৰ বৰণ যেন পৰিপক্ক ধানৰ নৰা, আহিল ৰমণীয়া…

কলা কি?

  মূল : লিও টলষ্টয়ৰ What is Art?  অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস   (৫)   একে ধৰণেৰেই সৌন্দৰ্যক সংজ্ঞাৱদ্ধ কৰিছে কাণ্টৰ অনুগামীসকলেও, যাৰ ভিতৰত এগৰাকী আছিল শ্বিলাৰ (১৭৫৯-১৮০৫)। নন্দনতত্ত্ব সম্পৰ্কে বহু লিখামেলা কৰা শ্বিলাৰৰ মতে, কাণ্টে কোৱাৰ দৰেই কলাৰ লক্ষ্য…

অদৃশ্য শিপা

 জ্যোতিনীলিমা গগৈ   শিলৰ কাহিনী কৈ কৈ খোৰোঙত ফুলবোৰ মৰহি যোৱাৰ দিনা সম্ভৱতঃ নেৰুডাই লিখিছিল – ‘Tonight I can write the saddest lines’   সৰু এটি হাতৰ মুঠিত অনন্ত ব্যাপ্ত পোহৰৰ স্ফুলিঙ্গ শতযোজন বাট কুৰি বাই আহি চাই থাকোঁ স্মৃতি…

দুটা কবিতা

প্ৰশান্ত মিশ্ৰ ১. শত্ৰু-মিত্ৰ    পণ্ডিতৰ সভাত মূৰ্খৰ কাম শত্ৰুতা   শত্ৰু- মিত্ৰনো কোন কোনেও নাজানে   মনুষ্য জীৱনত সকলোৱে হাঁহিব বিচাৰে পিছে সৌভাগ্যশালীনো কোন আটায়ে কেৱল কান্দে   অসূয়া এৰি মিত্ৰতাৰ পথলৈ আহাঁ তুমিও পণ্ডিত নিজৰ জগতত।   ২.…