দুখন উপন্যাস আৰু দুটা গল্পৰ মাজত এজন নবীন বৰুৱা
উৎপল দত্ত নবীন বৰুৱাৰ ‘কটন কলেজ’ পঢ়িবলৈ হাতত তুলি লোৱাৰ একমাত্ৰ কাৰণ আছিল কিতাপখনৰ নামটো৷ ‘কটন কলেজ’ আছিল এক ধৰণৰ অজানা ৰহস্যময় আকৰ্ষণবিন্দু, বিশেষকৈ হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়া সময়তে শুনিছিলোঁ কটন কলেজৰ অলেখ ৰোমাঞ্চকৰ কাহিনী- সফলতাৰ বহু সত্য-কাহিনী আৰু…