শ্মশানত গজি উঠা তপোবন
পৰিস্মিতা বৰদলৈ ‘মৃত সপোনবোৰৰ মৰিশালি এখন বুকুত কঢ়িয়ায়ো মানুহে জীয়া বাস্তৱ এটা সহি যাব পাৰে৷ দগ্ধ সপোনৰ ছাইবোৰেৰে অৱশিষ্ট জীৱনটোক মাজি মাজি চিকচিকিয়া কৰি তোলাটোও কি ৰেহালগা কথা!’ মই যেতিয়া তাইক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ, তাইৰ চকুত এহেজাৰ জোনাকী…