এই ঘাটে চপাই দে নাও
তৃপ্তি বৰা : কাহিনীটো আৰম্ভ হৈছিল এযুৰি চকুৰ পৰা। জলেৰে পৰিপূৰ্ণ অথচ তৰংগহীন সুগভীৰ নাদৰ দৰে এযুৰি চকু। নৈৰ বুকুৱেদি নাও বাই গৈ থকা নাৱৰীয়াই কোনোবা অচিন ঘাটত দেখা পোৱা জলকুঁৱৰীৰ চকু এযুৰি। তাৰপাছৰে পৰাই নাৱৰীয়াক অনবৰতে সেই চকুযুৰিয়ে…