মহাকবি কালিদাসৰ ৰঘুবংশ
অধ্যায় – ৩ অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে) চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে অতীন্দ্ৰিয় সকলো বিষয় দেখাকৈ দিব্যদৃষ্টি পালে । তদঙ্কনিস্যন্দনজলেন লোচনে প্রমৃজ্য পুণ্যেন পুৰস্কৃতঃ সতাম্ | অতীন্দ্রিয়েষ্বপ্যুপপন্নদর্শনো বভূব ভাবেষু দিলীপনন্দনঃ || ৩-৪১|| ৰাজনন্দনে…