মুনি
দ্বীপৰাজ ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা ধোঁৱাবৰণীয়া বৰ্ণ এটা তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই আছে কাণ।৷ ঢেঁকীয়া ফুল হৈ থকা হাঁকোটাডালে বতাহক | – এইটো ক! মাটিফুলৰ গোন্ধ লাগি থকা পাহাৰটোৰ…
দ্বীপৰাজ ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা ধোঁৱাবৰণীয়া বৰ্ণ এটা তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই আছে কাণ।৷ ঢেঁকীয়া ফুল হৈ থকা হাঁকোটাডালে বতাহক | – এইটো ক! মাটিফুলৰ গোন্ধ লাগি থকা পাহাৰটোৰ…
বনিশা শইকীয়া অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহে চামে চামে আহি বসতি স্থাপন কৰিছে৷ ইয়াৰ সমাজখনৰ গাঁথনিটো নিৰ্মাণৰ ক্ষেত্ৰত অভিবাসনৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ অসমলৈ হোৱা…
অৰুণ গগৈ গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ ৰ’দে-বৰষুণে সহিব পাৰোঁ জীৱনৰ উত্তাপ” মই তেওঁৰ ফটা বনিয়নৰ ফাঁকত দেখা পালোঁ ৰ’দৰ…
দেৱমল্লিকা দেওঘৰীয়া হাজাৰ বছৰ ধৰি শুকাই আছিল নদী এদিন পাহাৰে সুধিলে ভালপোৱা কি? পখিলাৰ টোপনি ভাঙি নৈয়ে ক’লে জীৱন, এপুখুৰী বেঙে এৰাতি গালে ৰাতিৰ বাগিচাত কেতেকীৰ সাধু, এৰাবাৰী উপচি টেঙেচি ফুলিলে তজবজী তগৰে মিচিকিয়াই বিয়পালে গা, উটি উটি নৈয়ে…
পাপৰি গোস্বামী চল্লিছৰ পৰা ক্ৰমে আশীলৈকে স্পীড বঢ়াই লৈ আকৌ পঞ্চাছলৈকে নমাই আনে। ইমানেই মসৃণতাৰে চলাই নিয়ে যে যাত্ৰীসকলে এবাৰলৈও অনুভৱেই কৰিব নোৱাৰে। অঁকোৱা-পকোৱা ৰাস্তাটো কিচকিচিয়া ক’লা গোমসাপ এডালৰ দৰে পৰি আছে। দবাপিটা বৰষুণজাক পুৱাতেই যি আৰম্ভ হ’ল, কমাৰ…
অংগনা ভট্টাচাৰ্য্য নৈশব্দৰ সিপাৰেও আছে এখন পাহাৰ৷ সেই পাহাৰতেই মোৰ অনুভৱৰ ঘৰ৷ মোৰ কোমল কলিজাৰ অনিঃশেষ অনুভূতিয়ে সেই পাহাৰতেই আতোলতোলকৈ সাজি তুলিছেহি অনন্য এখনি ঘৰ৷ নৈশব্দ ! এৰা, নৈশব্দৰ সিপাৰেই মোৰ অনুভৱৰ ঘৰ৷ আৱাহনী মন্ত্ৰ ওঁঠত লোৱাৰ অভ্যাস কাহানিও নাছিল৷…
স্ৰোতস্বিনী তামুলী ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল। বৰঞ্চ শুকান ৰঙা আৱেশ এটাইহে যেন ঠাইখনক আৱৰি ৰাখিছে। …
ভাৰতবৰ্ষৰ দৰে বহুভাষিক দেশ এখনৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাত ঘাইকৈ ভাষিক পাৰ্থক্যৰ কাৰণেই একক ভাষা-সাহিত্যৰ পাঠ্যক্ৰম কল্পনা কৰিব নোৱাৰি৷ পৰিসৰটো কমাই আনিলে অসম নামৰ ৰাজ্যখনতো আমি একেটা অৱস্থা প্ৰত্যক্ষ কৰোঁ ৷ সাধাৰণতে বিদ্যালয় পৰ্যায়ৰ শিক্ষাত একোটা প্ৰাদেশিক ভাষাত বিবিধ বিষয়ৰ…
অৰবিন্দ ডেকা গেণ’ডাৰ্মা লুচিডাম হৈছে ৰঙা ৰঙৰ গেণ’ডাৰ্মা প্ৰজাতিৰ এবিধ কাঠফুলা৷ ইয়াক সাধাৰণতে ইউৰোপ আৰু চীন দেশত পোৱা যায় যদিও পুষ্টিগত গুণৰ উপৰি ইয়াৰ উৎকৃষ্ট ঔষধিযুক্ত গুণ আৰু বাণিজ্যিক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীৰ প্ৰায় সকলো দেশতে ইয়াৰ খেতি…
ইন্দ্ৰজিৎ বৰা (১) ৰাজনীতিয়ে তেতিয়াহে উত্তৰণৰ ভাষা বিচাৰি পায়, যেতিয়া মানুহে নিজা মানৱীয় সত্তাটোক বাহ্যিক শক্তিবিলাকৰ ওচৰত সমৰ্পণ নকৰি সামাজিকভাৱে নিজে পৰিচালনা কৰাৰ সংকল্প লয়৷ ৰাজনীতিৰ ভাষা যেনেকৈ সমাজৰ মেহনতী আৰু পদদলিতৰ ভাষা, তেনেকৈ মানৱীয় সত্তাটো সমৰ্পণ কৰি দমনতন্ত্ৰৰ বলপূৰ্বক…