লৰ্কাক বিচাৰি
পঙ্কজ প্ৰতিম বৰদলৈ স্পেনিছ ভাষা আৰু কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দেশত শাখা থকা স্পেনিচ চৰকাৰৰ প্ৰতিষ্ঠানটোৰ নাম হৈছে “Instituto Cerventes” অৰ্থাৎ “চাৰভেণ্টিছ ইনষ্টিটিউট” ৷ ‘ডন কিহ‘টে’(Don Quixote)ৰ লেখক মিগেল ডি চাৰ্ভাণ্টিছ (Miguel de Cervantes) ৰ প্ৰতি সন্মান জনাই…