সহ-অভিনয় আৰু অসম
অবন্তিকা পৰাশৰ (ব্ৰজনাথ শৰ্মাৰ সৈতে কলিকতালৈ নাটকৰ ৰেক’ৰ্ডিং কৰিবলৈ যোৱা দলটো) অসমৰ প্ৰথম অসমীয়া অভিনেত্ৰী কোন বুলিলে, অৱধাৰিতভাৱে এটাই নাম আমাৰ সকলোৰে মুখলৈ আহে – গোলাঘাটৰ আইদেউ সন্দিকৈ৷ সম্বন্ধীয় ককায়েকৰ সৈতে ‘পানীত ওপঙা ঘৰ’ চাবলৈ গৈ প্ৰথম অসমীয়া বোলছবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰ নাম…