জলছবি (End of Spring)
ৰিমলী বৰকটকী তাপসী— চহৰৰ পৰা নিজৰ উচ্চ-শিক্ষা সমাপ্ত কৰি গাঁৱৰ ঘৰলৈ ওভতা এগৰাকী সাধাৰণ যুৱতী। বিয়া-বাৰু, সংসাৰ— এইবোৰৰ মাজত আবদ্ধ গতানুগতিক জীৱন এটা নিবিচাৰে তাপসীয়ে। নিজৰ পৰিচয় হেৰুৱাবলৈ নিবিচাৰে তাপসীয়ে। তাপসীয়ে বিচাৰে আত্মনিৰ্ভৰশীল হ’বলৈ, নিজৰ লগতে নিজৰ ঘৰখনৰ সহায় হ’বলৈ। …