বেলিকথা
প্ৰশান্ত মিশ্ৰ উৰণীয়া বেলিৰ কথা শুনিছিলোঁ। কৈছিল এগৰাকী আইতাই। বেলিটো উৰি আহি পৃথিৱীৰ মুখলৈ চাই আকৌ পিঠি দি উৰি গুচি যায়। অহা-যোৱাৰ দুটা পলেই দিনৰ পোহৰ আৰু ৰাতিৰ এন্ধাৰ। আমাৰ ওচৰত মানি নোলোৱাৰ কোনো যুক্তি নাছিল। আছিল উৰণীয়া বেলিৰ ডেউকা…
প্ৰশান্ত মিশ্ৰ উৰণীয়া বেলিৰ কথা শুনিছিলোঁ। কৈছিল এগৰাকী আইতাই। বেলিটো উৰি আহি পৃথিৱীৰ মুখলৈ চাই আকৌ পিঠি দি উৰি গুচি যায়। অহা-যোৱাৰ দুটা পলেই দিনৰ পোহৰ আৰু ৰাতিৰ এন্ধাৰ। আমাৰ ওচৰত মানি নোলোৱাৰ কোনো যুক্তি নাছিল। আছিল উৰণীয়া বেলিৰ ডেউকা…
তলৰ ছবিকেইখন আঁকিছে মৰাণহাটৰ চেইণ্ট জোচেফ হাই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ পাৰ্থসাৰথি হাজৰিকাই পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
নিৰু দত্ত তৰাং পানীত খল্খলায় পুঠি মৰঠী খলিহনা বেংবোৰে ঠেং মেলি সিহঁতক দিয়ে গৰিহণা। ব’হাগ মাহৰ ন-পানী এইবাৰ উজান নুঠিল তলি ওলোৱা পুখুৰী খালৈ মাছে নভৰিল। থিয় সাঁতোৰ চিলনী সাঁতোৰ …
ড° অৰবিন্দ ৰাজখোৱা ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ড° লক্ষ্মীনন্দন বৰা অন্যতম৷ মৃত্যুৰ সময়লৈকে গল্প আৰু উপন্যাসৰ জগতত সৃষ্টিশীল হৈ থকাই নহয়, তেওঁ ‘গৰীয়সী’-ৰ দৰে ঐতিহ্যপূৰ্ণ সাহিত্য আলোচনীও সম্পাদনা কৰি গ’ল৷…
ছাজিছ আলম “প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছ পৰি থকা নাই৷ কিন্তু অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে ল’বলগীয়া আনুষঙ্গিক ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আমাৰ দেশ অন্যান্য দেশৰ তুলনাত…
ড০ পোনা মহন্ত শংকৰদেৱ চৰ্চাৰ আদিপাঠ উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত জন্ম লাভ কৰি আমি তেনেই সৰুকালতে পোৱা আটাইতকৈ ডাঙৰ সম্পদ হ’ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নাম আৰু কৰ্মৰ সৈতে হোৱা সাধাৰণ পৰিচয়৷ ‘কৰ্ম’ মানে দুয়োগৰাকী মহাপুৰুষৰ বিচিত্ৰ ৰচনাৰাজিৰ কথা কোৱা হোৱা নাই, ইয়াৰ…
মূল : হুমায়ূন আহমেদ অসমীয়া অনুবাদ : জোনালী পাটোৱাৰী ঘৰৰ ভিতৰ সোমায়েই দেখিলোঁ— বহাকোঠাৰ ছ’ফাত হালধীয়া কাপোৰ এখন গাত লৈ কোনোবা এজন শুই আছে। মুখখন দেখা নাযায়। টনটনীয়া সিৰ ওলোৱা লেতেৰা ভৰি দুখন ওলাই আছে। ছ’ফাখনৰ এহাতত লাগি থকা দাগটোৰ উৎসও যে সেই ভৰি…
‘এক আচৰিত সৌভাগ্য’ পঢ়ি জুন মাহৰ ‘অন্যযুগ’-ত সঞ্জীৱ সভাপণ্ডিতৰ ‘এক আচৰিত সৌভাগ্য’ এটা অৰ্থপূৰ্ণ কবিতা, এটা প্ৰেৰণাময় গান, এক ভাবোদ্দীপক বক্তব্য৷ লেখাটো পঢ়ি অভিভূত হৈ লেখকক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ৷ তেখেতৰ লেখাটো পঢ়াৰ পাছত কথাখিনিয়ে মনটো খুন্দিয়াই থাকোঁতে ঘৰৰ বাহিৰলৈ ওলাই আহিবলগা হ’ল— ক’ভিড-১৯-ৰ বিপৰ্যস্ত সময়ত সহায়ৰ…
ড০ পৰমানন্দ মহন্ত কুৰি শতিকাৰ আগলৈকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মহিলাক কোনো দেশতেই উৎসাহ যোগোৱা হোৱা নাছিল৷ সেই কালত বিজ্ঞানৰ শিক্ষা মহিলাৰ বাবে সুদূৰপৰাহত আছিল৷ ক’বলৈ গ’লে দুই বিশ্বযুদ্ধই ধুই যোৱাৰ পাছতহে বিজ্ঞানৰ শিক্ষা ছোৱালীৰ বাবে সুলভ হৈ পৰিল৷ ইয়াৰ প্ৰধান কাৰণ…
ড° বুলজিৎ বুঢ়াগোহাঁই বিদেশত অধ্যয়নৰ বাবে আগ্রহী শিক্ষাৰ্থীজনৰ সৰ্বপ্রথম খোজটো হ’ব সঠিক পাঠ্যক্ৰম নিৰ্বাচন কৰা। সাধাৰণতে, ভাৰতবৰ্ষৰ সৰহ সংখ্যক ছাত্র-ছাত্রী আমেৰিকা (United States of America), বৃটেইন (United Kingdom), অষ্ট্রেলিয়া (Australia), নিউজিলেণ্ড (New Zealand), কানাডা (Canada), জাৰ্মানি (Germany), চীন (China), ছিংগাপুৰ…