পোৰণি
জয়ন্ত দত্ত দেহা : অসমশ্ৰী জিনা পেছা : অভিযন্তা সোঁহাতৰ যিমান অৰ্জন বাওঁহাতৰ তাৰ কুৰি গুণ বিশেষজ্ঞৰ পৰামৰ্শত খোৱা শোৱা… দৈনিক তিনিঘণ্টাকৈ কছৰৎ সঁচাকৈয়ে ষাঠিৰ বাট এটাৰে গৈ থকা দত্তদা যেন চল্লিছৰ বাটত দুজনী ছোৱালী আৰু পত্নী ফুল যেন দেহা…
জয়ন্ত দত্ত দেহা : অসমশ্ৰী জিনা পেছা : অভিযন্তা সোঁহাতৰ যিমান অৰ্জন বাওঁহাতৰ তাৰ কুৰি গুণ বিশেষজ্ঞৰ পৰামৰ্শত খোৱা শোৱা… দৈনিক তিনিঘণ্টাকৈ কছৰৎ সঁচাকৈয়ে ষাঠিৰ বাট এটাৰে গৈ থকা দত্তদা যেন চল্লিছৰ বাটত দুজনী ছোৱালী আৰু পত্নী ফুল যেন দেহা…
এম. কামালুদ্দিন আহমেদ কৃত্ৰিম বুদ্ধিমত্তাৰে ওপঙি উঠোঁ বুৰ যাওঁ বিৰাট এক আকাৰ ধাৰণ কৰি ভৱিষ্যতৰ দিগন্তত সোমাই পৰোঁ সভ্যতাই মোট সলাব গুগল এৰি কোন যায় সেয়া জিঅ’ফ্ৰে হিণ্টন আত্মহননৰ শিলালিপি আমাৰ বুকুত খোদিত কৰি *** …
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা তৃতীয়খন চিঠি ভিয়াৰেজ্জ’, পিছাৰ সমীপত, ইটালী, ২৩ এপ্ৰিল, ১৯০৩ আপুনি ইষ্টাৰৰ শুভেচ্ছা জনাই লিখা চিঠিখন পাই নথৈ আনন্দিত হ’লোঁ। চিঠিখনত আপুনি জেকবচনৰ মহানতম সৃষ্টিসমূহৰ সম্পৰ্কে যিধৰণেৰে মন্তব্য আগবঢ়াইছে সেইসমূহ মন্তব্য আৰু আপোনাৰ…
পংকজ প্রতীম বৰদলৈ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ আৰু পৰিৱৰ্তনৰ সময়ত অসমত এক পাণ্ডুলিপি ঐতিহ্যৰ প্রচাৰ আৰু প্রসাৰ হয়৷ ধৰ্ম প্ৰচাৰৰ বাবে গুৰুজনাই ভাগৱত, পুৰাণ আদিক ব্ৰজাৱলী ভাষাত সৰলকৈ সাধাৰণ ৰাইজে বুজাৰ বাবে লিখিছিল আৰু বৰগীত, অংকীয়া নাট আদিৰ…
নীলোৎপল বৰুৱা আৰিগাট’ যেতিয়া আৰিগাট’ হৈছিল, তেতিয়া জুন মাহ৷ মাখি আৰু লিকলিকিয়া অমৰলতাবোৰ জনতা গেৰেজৰ পাছফালে বাঢ়িবলৈ লৈছিল৷ ব্যৱহৃত কণ্ডম আৰু বীয়েৰৰ বটলবোৰৰ মাজত কমিউনিষ্ট পাৰ্টিৰ এগালমান প্ৰচাৰ পত্ৰিকা পৰি আছিল৷ কাৰোবাক প্ৰচাৰৰ বাবে অতি বিশ্বাসৰে দিয়া হৈছিল৷ নিবিলালে৷…
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান প্ৰতিযোগিতামূলক শৈক্ষিক আৰু পেছাদাৰী পৰিৱেশত সফলতা কেৱল শৈক্ষিক নম্বৰ বা প্ৰযুক্তিগত দক্ষতাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ বিষয়ভিত্তিক গভীৰ জ্ঞান আৰু কাৰিকৰী বিশেষজ্ঞতা অতি গুৰুত্বপূৰ্ণ, কিন্তু কেৱল সেয়াই যথেষ্ট নহয়৷ নিয়োগকৰ্তা, শিক্ষানুষ্ঠান আৰু বিভিন্ন সংস্থাই এনে ব্যক্তি…
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, পঞ্চম অধ্যায় নতুন খোজবোৰ কোনজনা ভগৱানক কোনে পূজিছে, কোনখন ধৰমপুথি কোনে মানিছে -এইবোৰৰ পৰা মই যোজন দূৰত৷ মন্দিৰ-মছজিদ-গীৰ্জা-নামঘৰ সকললৈকে শ্ৰদ্ধা ৰাখিও ক’লৈকো মই নিয়মীয়াকৈ গৈ পোৱা নাই৷ যি পাৰোঁ, কিতাপবোৰ অলপ হ’লেও পঢ়িছোঁ৷ পঢ়ি…
স্মৃতিৰেখা দেৱী ‘মিনি হেৰাল৷’ ঘৰৰ দুৱাৰ মুখতে স্কুলৰ পৰা আহি পোৱা ককায়েক অনুক মনুুৱে দুখমনেৰে ক’লে৷ কথাষাৰ শুনি অনুুৱে মনুৰ মুখলৈ চালে যদিও একো নকৈ সি কাপোৰ সলাবলৈ বুলি নিজৰ কোঠাত সোমালগৈ৷ অনুৱে আচলতে কি ক’ব ভাবিয়েই নাপালে৷ ঘৰলৈ মিনি…
ড০ প্ৰাণজিৎ বৰা …
সোণেশ্বৰ নৰহ এমেছাৰ থিয়েটাৰ অৰ্থাৎ অপেছাদাৰী নাট্য আন্দোলনৰ অক্লান্ত সৈনিক ৰফিকুল হোছেইনৰ উচৰ্গিত জীৱনটো ইমান কম আয়াসতে ব্যাখ্যা শেষ কৰিব নোৱাৰি৷ কবিতাৰ ৰফিকুল হোছেইন বৰ সহজ নহয়… ‘শৰৱিদ্ধ আকাশ’ তেওঁৰ জীৱনৰ, বৌদ্ধিক চেতনা আৰু দায়বদ্ধতাৰ মাইলৰ খুঁটি৷ সম্ভৱতঃ তেওঁৰ…