Latest posts

  • ৰঙালী বিহু উদযাপনৰ জৰিয়তে উপাৰ্জনৰ সুযোগ

    ড° বুলজিৎ বুঢ়াগোহাঁই   অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন ৰঙালী বিহু সন্মিলন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে৷ বিহু কেৱল উৎসৱ নহয়, ই অসমৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংশ৷ আগতে ‘বিহু মাৰি ফুৰা’বুলি কোৱা কথাখিনি য’ত উপাৰ্জনৰ লগত কোনো সম্পৰ্ক নাছিল, এতিয়া সেই ধাৰণাটো সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈছে৷

    Read more

  • শিশুৰ সৰ্বাংগীণ বিকাশত খেলাধূলাৰ গুৰুত্ব

    ড° ইন্দ্ৰানীৰেখা শইকীয়া   আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা পাতোঁতে কিমান মনোযোগ দিয়ে? সেই মুহূৰ্তত তেওঁ কেৱল খেলি থকা নাই — তেওঁ শিকি আছে, অনুভৱ কৰি আছে, আৰু বিকশিত হৈ আছে৷ খেল হৈছে শিশুৰ ভাষা৷ আৰু ইয়াৰ মাজতেই লুকাই আছে তেওঁৰ

    Read more

  • সেউজী সেউজী সেউজী অ’

      ড০ প্ৰাণজিৎ বৰা ৩ এদিন সন্ধিয়া দেউতাকে আহি দৃশ্যটো দেখি বিচুৰ্তি খালে। গোপালে পীৰা এখনত বহি লৈ বেৰত আঁ‌উজি চকুদুটা মুদি লৈ পদ্য মাতি আছে, আৰু থুপিতৰাই একান্তমনে পদ্যবোৰ লিখি গৈছে।                      “লাই-লফা বগৰী             বৰপীৰাত বহি বহি             হাতী গ‘ল উখহি।” “ইমান খৰকৈ ক‘লে মই কেনেকৈ লেখিম, খুড়া? লাহে লাহে কোৱা আকৌ।” “হয়নেকি, আকৌ মাতো

    Read more

  • গল্ডবাক কনজেকচাৰ (Goldbach conjecture)

     ড০ প্ৰিয় দেৱ গোস্ৱামী     মানৱ জাতিৰ উত্তৰণত বিজ্ঞানে এক অতি উল্লেখযোগ্য উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই বিজ্ঞানৰেই এক অন্যতম শাখা হল গণিত। আকৌ গণিত হৈছে অধ্যয়নৰ প্ৰাচীনতম বিষয়। বিষয়টো আৰম্ভণিৰ সময়ত সম্পূৰ্ণ ব্যৱহাৰিক প্ৰয়োজনৰ বাবে এই শাখাৰ বিকাশ হৈছিল। আমাৰ দেশ ভাৰতবৰ্ষ, গ্ৰীচ, ইজিপ্ত, চীনকে আদি কৰি ভালেমান দেশে গণিত বিষয়টো গঢ় লৈ উঠাত

    Read more

  • অকণিয়ে অঁকা ছবি

      ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমী’ৰ পঞ্চমশ্ৰেণীৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবি বিহু

    Read more

  • সেউজী সেউজী সেউজী অ’

     ড০ প্ৰাণজিৎ বৰা ২ ঘৰৰ পিছবাৰীখন ঘাঁ‌হ-বন-হাবিৰে একাঁঠু হৈ আছে কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা কৰিবলৈ দিয়ে। দেউতাকৰ সময় নাই, পুৱাৰে পৰা সন্ধিয়ালৈকে তেওঁ দোকানৰ কামতে ব্যস্ত  হৈ থাকিব লাগে। দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা বাৰতে দোকান খোলা। দোকান চম্ভালি চম্ভালি  ঘৰৰ পিনে চকু দিবলৈ তেওঁৰ সময়ৰ টান পৰে। গোপালৰ

    Read more

  • কেথেৰিন

     নীলোৎপল বৰুৱা  অসতৰ্ক মুহূৰ্তত.. পিচ্চ্ দিয়া আলিবাটটোৰ মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ ষ্টেজ৷ এই ধৰক ব্ৰডৱে’ থিয়েটাৰৰ মঞ্চখন৷ কিচকিচিয়া ক’লা মজিয়াখন বাদ দি৷ চাণ্টুৰ গেৰেজটো বাওঁ উৰ্দ্ধমঞ্চ৷ ওপৰত জ’ন লাইট এটা পৰি গ’লে চাণ্টুৰ গেৰেজটো উজ্জ্বল প্ৰপাৰ্টি এটালৈ পৰিণত হ’ব৷ তেল, ম’বিলৰ গ্ৰাফিটি এটা পোৱা যাব

    Read more

  • সময়

     যশোৱন্ত নিপুণ   কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময় সদায় আগুৱায়ে গৈ থাকেনে? অতীত, বৰ্তমান, ভৱিষ্যত বুলিবলৈ আচলতে একোৱেই নাই নেকি? সেই সকলোবোৰ এটিয়ে

    Read more

  • ভ্ৰমণ কৰি ভালপোৱাসকলৰ বাবে কেৰিয়াৰৰ সম্ভাৱনা

     ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ পথলৈ বিকশিত হৈছে৷ বিশেষকৈ নৱপ্ৰজন্ম আৰু বিভিন্ন ঠাই, সংস্কৃতি আৰু মানুহৰ প্ৰতি গভীৰ কৌতুহল থকা শিক্ষাৰ্থীসকলৰ বাবে ভ্ৰমণক পেছা হিচাপে গঢ়ি তোলাৰ ধাৰণাটো অতি আকৰ্ষণীয় আৰু বাস্তৱসন্মত হৈ পৰিছে৷ এসময়ত কেৱল সপোন বুলি

    Read more

  • চেতন, অৱচেতন, চিৰন্তন

     অংগনা ভট্টাচাৰ্য্য     কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷”  লহপহকৈ গজি উঠা ঢেঁকীয়াবোৰক নিজৰ খেতিৰ শাক বুলি কোৱা জোনাকী পৰুৱাটোৱে জানে, তাৰ শৰীৰত জিলিকি ৰোৱা পোহৰ সি নিজে আৰ্জি লোৱা নহয়, তথাপি সি প্ৰৱল অহংকাৰত কৈ উঠে— “ময়েই ঘৰে-ঘৰে পোহৰ বিলাওঁ, মোৰ বাবেই এন্ধাৰ

    Read more