গীতাঞ্জলী ছানৰাইজৰ কাব্যগ্ৰন্থ – “ইনফিনিটি”
ৰুদ্ৰ সিংহ মটক “ইনফিনিটি” পঢ়ি আছোঁ এই কেইদিন। হাতে পোৱাকৈ শিতানৰ কাষতে থৈছোঁ এই কবিতা পুথিখন। সাম্প্ৰতিক সময়ত আত্মপ্ৰকাশ কৰা এগৰাকী অখ্যাত অথচ প্ৰচুৰ প্ৰতিশ্ৰুতিসম্পন্ন কবি। তেওঁৰ নাম গীতাঞ্জলী ছানৰাইজ। ঘৰ সৰভোগৰ বৰনগৰত। নতুন কবিৰ কবিতা আমি বিশেষ…