ৰঘুবংশ
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত ৰঘুবংশ ৯ম অধ্যায় || কালিদাসকৃতং ৰঘুবংশম্ সর্গ ৯ || জিতেন্দ্ৰিয় আৰু ৰাজন্যৰ অগ্ৰগামী মহাৰথী দশৰথ অধিপতি হৈ উত্তৰ কোসলৰ শাসন কৰিলে পিতাৰ মৃত্যুৰ পাছত । পিতুৰনন্তৰমুত্তৰকোসলান্সমধিগম্য সমাধিজিতেন্দ্রিয়ঃ | দশৰথঃ প্রশশাস মহাৰথো…