Tag সংস্কৃতি

মাটি আখৰা

     – সঞ্জীৱ সভাপণ্ডিত                                                                            মোৰ নামটো মাইকত উচ্চাৰিত হ’ল৷ লগে লগে সকলোৱে মোলৈ চালে৷ মই থিয় হ’লোঁ৷ কোনোবা এজন আগবাঢ়ি আহিল৷ মোৰ সমুখত মাইক্ৰফ’নটো ডাঙি ধৰিলে৷ মই পিছে তেওঁৰ ফালে নাচালোঁ৷ মই বহি থকা চকীখন হোঁহকাই পিছুৱালোঁ আৰু লাহে…

ড° প্ৰণৱজ্যোতি ডেকাৰ ‘সোণৰ চামুচ মুখত লৈ’— জীৱন-বাস্তৱৰ নিৰ্মোহ সমালোচনাৰ দলিল

 দেৱপ্ৰতীম হাজৰিকা   ‘‘… বৰ্তমান গ্ৰন্থ লিখাৰ মূল উদ্দেশ্য পাঠকৰ মনত আনন্দ দান, যাকে ইংৰাজীত কোৱা হয় Entertainment৷ এই গ্ৰন্থ কোনো মহাপুৰুষৰ জীৱনী নহয়, আৰু নৈতিকতাৰ পাঠ্য পুস্তকো নহয়৷ আমি কেৱল এটা প্ৰত্যাভূতি দিব পাৰোঁ যে গ্ৰন্থত বৰ্ণিত প্ৰতিটো ঘটনাই…

শিশুৰ বৃদ্ধি আৰু বিকাশ

 ডাঃ মাখন কলিতা         শিশুৰ বৃদ্ধি আৰু বিকাশৰ বিষয়টোৰ পৰিসৰ যথেষ্ট ব্যাপক৷ পৰিসৰ ব্যাপক এই কাৰণেই যে স্বাস্থ্য বিভাগৰ উপৰি সমাজ কল্যাণ, শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক আদি চৰকাৰী আৰু বেচৰকাৰী বহু বিভাগ শিশুৰ বৃদ্ধি আৰু বিকাশৰ স’তে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে সম্পৰ্কিত৷…

সৌমিত্ৰ চেটাৰ্জীৰ দুটা কবিতা

 শ্ৰদ্ধাঞ্জলি সৌমিত্ৰ চেটাৰ্জী৷ বাংলা চিনেমাৰেই নহয়, বিশ্ব চলচ্চিত্ৰৰ এজন কিংবদন্তীস্বৰূপ অসাধাৰণ প্ৰতিভাসম্পন্ন মহাশিল্পী, গণশিল্পী, প্ৰচ্ছন্ন ভদ্ৰলোক৷ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সত্যজিত ৰয়ৰ পিছতেই বাংলা কলাজগতৰ এজন ‘ওখ মানুহ’৷ সত্যজিত ৰয়ৰ সৈতে তেখেতৰ অতুল্য কলাৰ ৰসায়নেৰে সৃষ্টি হৈছিল চৈধ্যখনকৈ মাষ্টাৰপিচৰ৷ অপু ত্ৰিল’জী,…

টেষ্টটিউব শিশু আৰু এজন ডাক্তৰৰ মৃত্যু

 অভিজিত শর্মা বৰুৱা প্রখ্যাত চলচ্চিত্র-নির্মাতা তপন সিন্‌হাই ১৯৯০ চনত নির্মাণ কৰা এখন চলচ্চিত্রৰ নাম আছিল— ‘এক ডাক্তৰ কি মৌত’। এই ছবিখন পশ্চিম বংগৰ সাহিত্যিক ৰমাপদ চৌধুৰীৰ ‘অভিমন্যু’ নামৰ গল্পটোৰ আধাৰত নির্মিত কৰা হৈছিল। সেই গল্পটোৰ আধাৰ আছিল আকৌ ডাঃ সুভাষ…

অজিৎ বৰুৱাৰ ‘জেংৰাই-১৯৬৩’ কবিতাৰ এটি সমীক্ষা

  চন্দ্ৰ শইকীয়া সাহিত্য অকাডেমিৰ বঁটা প্রাপ্ত অজিৎ কুমাৰ বৰুৱা(১৯২৬-২০১৫) একেধাৰে কবি, গীতিকাৰ, উপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাই কবি’ হিচাবেই প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই…

টিটিৰ ভ্ৰমণ

 নবনীতা ভট্টাচাৰ্য্য অংকন: বৰ্ণিল মহন্ত       অনাই-বনাই ঘুৰি ভালপোৱা এধানিমান হাঁহপোৱালি, নাম তাৰ টিটি। তাৰ এই অভ্যাসটো কেনেকৈ গঢ়ি উঠিল সি নিজেও নাজানে। এক নোহোৱা-নোপোজা কথা। সেইযে প্ৰথম দিনাখন মাকৰ পিছে পিছে পানীত চৰিবলৈ ওলাই গৈছিল, সিদিনাখনৰ পৰাই সি…

সাম্প্ৰতিক জাতীয় সমাজ জীৱনত শংকৰদেৱ-আদৰ্শৰ স্থান

                                                    দেৱজিৎ ভৰালী   মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক’লেই স্বাভাৱিকতে অসমীয়াৰ মন-প্ৰাণ শ্ৰদ্ধা আৰু ভক্তিৰে…

বিষ্ণু ৰাভা আৰু অসমীয়া মধ্যবিত্ত সমাজ

  পঙ্কজ প্রতিম বৰদলৈ ৰাভাদেৱক অসমীয়া জনমানসৰ লগত চিনাকি কৰোৱাৰ প্ৰয়োজন নাই। প্রাক্‌স্বাধীনতাকালীন সময় আৰু উত্তৰ স্বাধীনতা যুগৰ প্রায় একুৰি দুবছৰ অসমৰ সমাজ জীৱনৰ বিষ্ণু ৰাভা এক এৰাব নোৱাৰা অংগ আছিল। অসমৰ মধ্যবিত্ত সমাজত বিষ্ণু ৰাভা এক মধ্যবিত্ত আৱেগ। এই…

কাজল ৰেখা

মূল : দীনেশ চন্দ্ৰ সেন অনুবাদ: প্ৰত্যুষ ৰঞ্জন ভাগৱতী অংকন: বৰ্ণিল মহন্ত  এজন সদাগৰ আছিল– তেওঁৰ নাম ধনেশ্বৰ৷ সদাগৰৰ বহুতো ধন-সোণ আছিল৷ তদুপৰি সদাগৰৰ ঘোঁৰাশালত ঘোঁৰা আৰু পদূলিত হাতী বান্ধি ৰাখিছিল৷ এটা সময়ত সদাগৰৰ মনত জুৱা খেলাৰ নিচা লাগিল৷ জুৱাখেলত…