Tag সংস্কৃতি

শিশুকবিতা

  নেহাঁহিবি মোক সোঁচৰিব তোক   (Corrected)     মঞ্জিত হাজৰিকা কঁঠাল গছত উঠি মলুৱাই পকা কঁঠাল খাই, গোটেই গাতে লাগিল এঠা এৰুৱাৰ উপায় নাই।। এৰুৱাব নোৱাৰি কঁঠাল এঠা মলুৱা জXপিয়াই ফুৰে, তাকে দেখি কেৰ্কেটুৱাই ধেক‌্ ধেকাই হাঁহে।। খঙত মলুৱাই কেৰ্কেটুৱাক খেদা…

kabita

  ভোক অথবা এই অন্ধকাৰ কালবেলা   ভোক অথবা এই অন্ধকাৰ কালবেলা   । ৰুদ্ৰ সিংহ মটক।   ভোকৰ অন্য নাম দু:স্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকা অন্ধকাৰ কালবেলা  …

সিপাৰে যমুনাৰ

 আকাশ দীপ্ত ঠাকুৰ (৮)         কিছুমান কথা কওঁ বুলিও কাকো ক’ব নোৱাৰি৷ কিছুমান অনুভূতি হৃদয় ফালি উলিয়াই আনিব নোৱাৰি৷ কিছুমান বেদনা নিজৰ মাজতে হেৰুৱাই, লুকুৱাই তাতে নিঃশেষ কৰি পেলাব পাৰি৷ যিবোৰ কথা মুকলি হৈয়ো গোপন, সেইবোৰৰো আমেজ ল’ব পাৰি গোপনেই…আৰু…

সাঁথৰৰ খেলা

অত্ৰেয়ী গোস্বামী আহা আহা মইনাহঁতখেল এটা খেলোঁ, মই সোধাটোকআমি সাঁথৰ বোলোঁ৷হাবিত কাহে ওলাই নাহেকোৱাচান কি?কুঠাৰ বুলি ক’ব পাৰিলেকোচত ল’ম তুলি৷ আৰু এটা সাঁথৰ আছজানানে তোমালোকে?মাক জতুলি-পুতুলিপুতেকক চোকাটেকলা বোলে৷কণমইনাই তপৰাই ক’লেতোমালোকে কোৱা, মোৰকাম নাইকিয়া, উত্তৰটো মইহে ক’মবুলি জলকীয়া৷ বাৰু বাৰু কোৱাচোনমাত আছে, মানুহ…

‘চৰিত্ৰ পাঠ’ৰ পুনৰ্মুদ্ৰণ

শিশুসকলকে মানৱ সমাজৰ ভৱিষ্যৎ বুলি এষাৰ কথা সততে কোৱা হয় যদিও আমি দেখি আহিছোঁ যে সমাজৰ আটাইতকৈ গুৰুত্ব নিদিয়া মানৱ সম্প্ৰদায়টো হৈছে শিশুসকল৷ অভিভাৱকসকলে নিজ নিজ সন্তানৰ শাৰীৰিক সুস্থতা আৰু মানসিক সক্ষমতা বৃদ্ধিৰ প্ৰতি সাধাৰণতেই সজাগ হোৱা আমি দেখি আহিছোঁ৷…

ঘুণ

ৰূপাঞ্জলি চেতিয়া নেওগ      একা-বেঁকা পাহাৰীয়া পথটোত সূৰুযৰ লুকাভাকু৷ পাহাৰ আৰু গছবোৰৰ ফাঁকেৰে কোনোবাখিনিত সূৰুযৰ পোহৰকণে ভুমুকিয়াইছে, পাছ মুহূৰ্ততে আকৌ ঢাক খাই পৰিছে৷ যেন খেলাত ব্যস্ত এজাক শিশুহে! এই পথটো তুলনামূলকভাৱে বিপদসংকুল৷ এপিনে দ খাৱৈ, আনপিনে আধাকটা গাৰে ওখ পাহাৰ৷…

চন্দ্ৰ শইকীয়া প্ৰবন্ধ (ডিচেম্বৰ)

‘জেংৰাই-১৯৬৩’ : এটি পঠন অভিজ্ঞতা চন্দ্ৰ শইকীয়া (corrected) সাহিত্য অকাডেমিৰ বঁটাপ্রাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫)একেধাৰে কবি,গীতিকাৰ,ঔপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাইৰ কবি’ হিচাপে প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই আহি…

শিশু চলচ্চিত্ৰৰ সজ্ঞায়ণ আৰু মার্কিন শিশু চলচ্চিত্ৰ

বিতোপন বৰবৰা শিশু-চলচ্চিত্ৰ বুলিলে আমি কি বুজোঁ? শিশুৰ বিষয়ে নির্মিত ছবি নে একান্তই শিশুৰ বাবে নির্মিত ছবি? এই আলোচনাৰ প্ৰাৰম্ভতেই আমি সেই বিষয়ে স্পষ্ট হৈ লোৱাটো উচিত হ’ব৷ মূলতঃ শিশু-ছবি বুলিলে আমি দুই ধৰণৰ ছবিৰ কথা ভাবিব পাৰোঁ৷ ইয়াৰে এবিধ…

পকচ’, ২০১২

অৰূপ কুমাৰ ফুকন ৰাতিপুৱাই প্ৰবীণ বৰুৱাই শুই উঠিয়েই মুখখন ধুই বাৰীত নতুনকৈ সিঁচা লাই, ধনি‍য়াগুটিকেইটাৰ পৰা গজালি ওলাইছেনে নাই চাই আহি, নিজেই বাকি লোৱা ৰঙা চাহকাপ লৈ বাৰান্দাত থোৱা চকীখনত বহি হ’কাৰে দি থৈ যোৱা দৈনিক বাতৰি কাকতখনত চকু ফুৰাই আছিল। পুৱা…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ৷) মলুৱাই তিনি দিন ধৰি কুলভূষণকে বিচাৰি ফুৰিলে৷ কিন্তু অঘাইটং ল’ৰাটো যেন বতাহতহে মিলি গ’ল৷ কুলভূষণ যে ক’ত লুকাল কোনেও গমকে নাপালে৷ মহাৰাজে ঘটনাটোৰ বিচাৰো কৰিলে৷ বিচাৰত মলুৱাই যি ক’লে তাৰ পৰা…