Tag সংস্কৃতি

কবিতা আৰু চলচ্চিত্ৰ

 মূল : বুদ্ধদেব দাশগুপ্ত অনুবাদ : প্ৰশান্ত মিশ্ৰ “I want to develop ideas today. If I see that millions are catered for by the cinema, I want to implant my poetic talents in cinematography, since the professions of scenario writer and poet…

ডিজিটেল মাৰ্কেটিঙৰ কেৰিয়াৰ কেনেকৈ গঢ়িব পাৰি?

ড০ পুলক সভাপণ্ডিত পণ্য বা সেৱাসমূহক বিজ্ঞাপনসহ বজাৰ গৱেষণাৰ মাধ্যমেৰে বিক্ৰী কৰাৰ প্ৰক্ৰিয়াকেই মাৰ্কেটিং বোলা হয়৷ ডিজিটেল মাৰ্কেটিং হ’ল ইণ্টাৰনেটৰ মাধ্যমেৰে তথ্য-প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰ কৰি পণ্য বা সেৱাসমূহক গ্ৰাহকক প্ৰদান কৰা৷ ডিজিটেল মাৰ্কেটিং হ’ল এখন উল্লেখযোগ্য, দ্ৰুত প্ৰসাৰিত, প্ৰত্যাহ্বানমূলক আৰু…

হাইকুৰ দৰে কেইটামান কবিতা

পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ              (১) নিজানৰ নৈ; বালিচন্দা সাবটি ৰৈ আছে নিয়ৰ উৰালৈ৷               (২) এবাৰো নাচালা শেৱালিজোপাত ওৰেনিশা তিতি থাকিল হেমন্তৰ বিষাদ৷               (৩) বগা…

বচা বকুল

 ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পাছৰ পৰা) চাৰি   উৰুকা মানেই আনন্দ ভৰা ব্যস্ততাৰ দিন৷ আগন্তুক বিহুটো পিঠা-পনা, গা-গামোচা, পা-পৰিষ্কাৰ, সেৱা-সৎকাৰেৰে সজাই পৰাই তোলাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ সময় উৰুকা৷ তাতে যদি বহাগৰ বিহু হয়, তেতিয়া কথাই নাথাকে৷ তিৰোতাৰ কামেই বেছি হয,…

অসমত উদ্যান শস্য খেতিৰ বাণিজ্যিক সম্ভাৱনীয়তা

ড॰ মনোৰঞ্জন নেওগ * ড॰ সুদেষ্ণা বৰুৱা ** ড॰ সুকন্যা গগৈ *** উদ্যান শস্য যেনে– ফল–মূল আৰু শাক–পাচলি উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়৷ আমাৰ দেশত ফল–মূল আৰু শাক–পাচলিৰ জনমূৰি প্ৰাচুৰ্য যথাক্ৰমে ৪০ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈ আৰু ৯০ গ্ৰামৰ পৰা ৩০০ গ্ৰামলৈ বৃদ্ধি…

অৰ্থনৈতিক বিকাশ আৰু বিজ্ঞান

ড॰ প্ৰিয়দেৱ গোস্বামী          মানুহৰ জীৱন মানেই কৰ্ম৷ কৰ্মহীন জীৱন প্ৰকৃত মানৱ জীৱন নহয়৷ কৰ্মই আমাৰ পৰিচয় নিৰ্ণয় কৰে৷ জীৱন যাপন কৰিবলৈ মানুহে বিভিন্ন কৰ্ম কৰিব লাগে৷ কিন্তু আমাৰ কামৰ প্ৰকাৰ বেলেগ বেলেগ হ’ব পাৰে৷ বয়সভেদেও কামবোৰ বেলেগ বেলেগ…

শিলৰ সাধু

 প্ৰতীক্ষা বৰা   উজুটিটো ঠিক এইখিনিতেই খাবলগীয়া আছিল। মাজৰাস্তাত। শিলটো আগৰে পৰা আছিলে, মই দেখিও নেদেখাৰ ভাও জুৰিলোঁ। বোলো হা দৈ আজিয়েই খাই ল, কাইলৈ বপুৰা মাজ ৰাস্তাত পৰি থাকে নে নাথাকে ঠিক নাই! সাধাৰণতে এনেকুৱা হয় যে দেখিও নেদেখাৰ…

সমাজ জীৱনত আলোকচিত্ৰৰ ভূমিকা

 সৌৰভ দুৱৰা  আমাৰ দৈনন্দিন জীৱনত আলোকচিত্ৰ (Photography) এনেদৰে জড়িত যে ইয়াৰ অবিহনে এটা দিনো অতিবাহিত নহয়। এটা সময়ত সমগ্র বিশ্ব মানৱৰ বাবে আলোকচিত্র বিষয়টো কেৱল এটা বিলাসী সামগ্ৰীহে আছিল, বিষয় নাছিল। কিন্তু বৰ্তমান ই আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে অঙ্গাঙ্গী…

অৰ্কৰ পৰীবন্ধু

মূল গল্পকাৰ : অমিত কুমাৰ কুণ্ড ( বাংলাদেশ) অসমীয়া ভাষান্তৰ : মিণ্টুল হাজৰিকা (লেখক পৰিচয় : ১৯৮৪ চনৰ ২৫ অক্টোবৰ তাৰিখে বাংলাদেশৰ ঝিনাইদহ জিলাৰ মহেশপুৰত জনপ্ৰিয় শিশু সাহিত্যিক অমিত কুমাৰ কুণ্ডুৰ জন্ম হৈছিল। দেউতাকৰ নাম অমল কুমাৰ কুণ্ডু আৰু মাকৰ…

ৰূপান্তৰৰ দস্তাবেজ

 ৰুমী লস্কৰ বৰা পথটো নিঃসাৰ৷ এনেয়ে হ’লে আজিকালি গাঁৱৰ ভিতৰৰ পথো বিভিন্ন মডেলৰ বাইক, গাড়ীয়ে সৰব কৰি ৰাখে৷ মাজে মাজে পুলিচৰ একোখন গাড়ী৷ তাই গাঁৱৰ ভিতৰৰ ৰাজপথ পাৰ হৈ নৈখনৰ পাৰ পালেহি৷ নৈখনো স্থবিৰ৷ একালত তাই এই নৈখনত সমনীয়াৰ সৈতে…