অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ চর্চা
নীৰাজনা মহন্ত বেজবৰা এই লেখাৰ যোগেদি অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ বিষয়ে সম্পাদিত হোৱা চিন্তা-চর্চাৰ এক ৰূপৰেখা দাঙি ধৰিবলৈ যত্ন কৰা হ’ব। অসমত বা অসমীয়াত তুলনামূলক সাহিত্যৰ চর্চাৰ প্রসঙ্গটো বিশ্বাত্মক তথা ভাৰতীয় প্রেক্ষাপটত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ এক অংশবিশেষ। গতিকে ইয়াৰ…