Tag সংস্কৃতি

তোমালোকৰ হাতবোৰ

ঋতুবাস্তৱ হাজৰিকা তোমালোকৰ হাতবোৰে কাৰ পৰা শিকিছে নকঁপাৰ মন্ত্ৰ শিলৰ দৰে কঠিনকৈ কিহেৰে গঢ়িছা হাতবোৰ ক’ৰ পৰা আমদানি কৰিছা ৰূঢ়তা দেখিলেই কঁপি উঠা একোটা ঘটনা তোমালোকৰ হাতবোৰে সহজ কৰি পেলায় চকুৰ পছাৰতে ছুৰীকাঘাত চকুৰ পছাৰতে বলাৎকাৰ তথাপি নিৰ্বিকাৰ ! তোমালোকৰ…

বাঘৰাণী খইৰী

 প্রায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহু-উহু’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং আমাকহে তাইৰ লগত আৰু দক্ষিণলৈ যাবলৈ ইংগিত দিলে, যেন সেইফালে তাইৰ কোনো ঈপ্সিত বন্ধুৱে ইংগিত দিলে, যেন  সেইফালে আগুৱাই যায় আৰু…

অৰূপ কুমাৰ নাথৰ গল্প- ধানমালিতা বনমালিতাৰ আলোচনা

ড০ দীপমণি দাস মাটিৰ গোন্ধ থকা আৰু সামাজিক বাৰ্তা থকা সাহিত্যৰ প্ৰতি পাঠকৰ অনুৰাগ স্থায়ী হয়। ছেপ্টেম্বৰ মাহৰ ‘সাতসৰী’ত প্ৰকাশিত ‘ধানমালিতা বনমালিতা’ তেনে এটা গল্প। গল্পকাৰ অৰূপ কুমাৰ নাথ সাম্প্ৰতিক কালৰ ছিৰিয়াছ অসমীয়া গল্পকাৰসকলৰ ভিতৰত এজন। অসমীয়া লোকজীৱনৰ, কৃষিজীৱি মানুহৰ আত্মা…

ভৱিষ্যতৰ চিন্তা : ক’ত থৈ যাম…

 পম্পি বৰা বৈশ্য “আঘোণৰ পথাৰৰ গোন্ধ, কেনেবাকৈ নাকত আহি লাগিলেই, মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক মই মোক মোৰ সন্তানৰ কাৰণে ক’ত থৈ যাম ক’ত?” কবি নিৰ্মল প্ৰভা বৰদলৈৰ এই বিখ্যাত…

গান্ধীজীৰ সৰ্বোদয়ৰ ধাৰণা আৰু বৰ্তমান সময়ত এই ধাৰণাৰ প্ৰাসংগিকতা

কৰৱী বৰ্মন কলিতা  স্বাধীন ভাৰতৰ সকলো জনসাধাৰণৰ সৰ্বাংগীন উন্নতিৰ বাবে গঢ়ি তোলা পৰিকল্পিত সমাজ ব্যৱস্থাটোকেই  ‘সৰ্বোদয়’  বোলা হৈছিল। সৰ্বোদয়  শব্দটোৱে  অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, নৈতিক আৰু আধ্যাত্মিক  বিকাশ আৰু উদ্গতিক সূচায়৷ সৰ্বোদয় ধাৰণাই, শ্ৰেণীবিহীন আৰু জাতিবিহীন সমাজ এখনক প্ৰতিনিধিত্ব কৰে৷ সৰ্বোদয় পৰিকল্পনাটো ৱাৰ্ধাত ১৯৪৯ চনত প্ৰস্তুত কৰা হৈছিল আৰু ১৯৫০…

মেকবেথ

 শিৱানন্দ কাকতি একেবোৰ কথাকে সকলো দিশৰ পৰা বাৰে বাৰে শুনি শুনি দেখি দেখি সকলোৰে লগতে কথাবোৰো ভৱেনৰ প্ৰায়ে মুখস্থ হৈ গৈছে৷ কোনটো শাৰীৰ পাছত কি শাৰী, কোনটো শব্দৰ পাছত কোনটো শব্দ, ইটো শব্দৰ লগত আনটো শব্দৰ কিমান বিৰতি– প’জ এই…

পূজা-পাৰ্ৱণ আৰু সাজ-পোছাক ইত্যাদি

 ড০ মৰমী বৰঠাকুৰ তালুকদাৰ পূজা–পাৰ্ৱণ আমাৰ সমাজৰ এক এৰাব নোৱৰা বিষয়৷ সকলো ধৰ্মৰ মানুহৰ মাজত নিজা নিজা বৈশিষ্ট্যৰে স্বকীয় পূজা বিধি থাকে; থাকে তাৰ লগত সংগতি ৰাখি সাজযোৰৰো বিধি৷ লোকজীৱন জড়িত এই লোকসংস্কৃতি আৰু পৰম্পৰাবোৰৰ গুৰুত্ব আমি জানো নুই কৰিব…

ভাৰতৰ বিশ্বগুৰু হোৱাৰ সপোন : বাস্তৱ আৰু ভৱিষ্যত!

পঙ্কজ প্ৰতিম বৰদলৈ যোৱা প্ৰায় এক দশকৰো অধিক সময় ৰাষ্ট্ৰীয়–আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ দেশ ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াসৰ বিষয়ে এক সৰৱ আলোচনা চলি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালত, এই দিশটোৱে বিজেপি চৰকাৰৰ বিভিন্ন কাৰ্যসূচীতো গুৰুত্ব লাভ কৰিছে…

অসমীয়া মেধা— অপসৃয়মান নে অস্তিত্বহীন?

       সঞ্জীৱ সভাপণ্ডিত                         নিমাতী ঘাটত দুখন ফেৰীৰ মাজত খুন্দা লাগিল৷ এখন কাতি হৈ পানীত সোমাই গ’ল৷ প্ৰথমতে বহুত মানুহৰ মৃত্যু হৈছে বুলি আশংকা কৰা হৈছিল যদিও মূৰকত দেখা গ’ল যে মাত্ৰ ৩…

খোজবোৰ

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা         এয়া কি! লাহে লাহে মোৰ এনে ভাব হৈছে যেন মই মৃতপ্ৰায় হৈ পৰিছোঁ৷ কিন্তু মোৰ দুখ লগা নাই কিয়? মই আকৌ সেই সেউজীয়া পথাৰবোৰত বহিবলৈ নাপাম, বৰফৰ পুতলা সাজিবলৈ নাপাম, নৈত বৰশী বাবলৈ নাপাম? অৱশ্যে…