কফিন
মূল : ৱিলিয়াম ষ্টেনলি ব্ৰেথৱেটঅনুবাদ : মৌচুম বৰুৱা পৃথিৱীৰ বুকু সাবটিশুই আছোঁ—কবৰৰ অন্ধকাৰত৷য’ত ঘৃণা নাই, চতুৰতা নাই, জ্ঞান নাইআৰু নাই সেই সকলোযি ম্লান কৰি দিয়ে মানুহৰ আত্মিক বন্ধুত্বক৷ সকলো কাম শেষ কৰি মই আঁতৰি গৈছিলোঁতৃপ্ত হৃদয়েৰে৷এতিয়া স্বপ্নহীন নিদ্ৰাৰ গভীৰতাতকিমান যে…