Category অনুবাদ

মই অকলশৰীয়া নহওঁ

মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল (Gabriela Mistral)অনুবাদ : ড° ৰঞ্জিত দত্ত পৰ্বতৰ পৰা সাগৰলে নিশাটো শূন্যতাৰে ভৰা। কিন্তু ময়েই এনে এজন যি তোমাক  স্তম্ভিত কৰি তুলিছোঁ, মই অকলশৰীয়া নহওঁ। আকাশ শূন্যতাৰে ভৰা কাৰণ জোনটোৱে এতিয়া সাগৰৰ বুকুত নাচিছে কিন্তু  ময়েই…

নম ৰসাপ

মূল হিন্দী : ড° যমুনা বিনি অনুবাদ: জাহ্নৱী গগৈ    (ড০ যমুনা বিনি অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা এগৰাকী জনপ্ৰিয় লেখিকা। মুলতঃ হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা ড০ বিনিৰ কেইবাখনো কবিতা, লোককথা, আৰু গল্প সংকলন প্ৰকাশ পাইছে ভাৰতৰ বহুকেইটা ভাষালৈ তেখেতে হিন্দীত…

মৈমনসিংহ-গীতিকা

মৈমনসিংহ-গীতিকাৰ অনুবাদ  ‘মহুৱা’ কাব্যানুবাদ : ড° প্ৰাণ্‌জিৎ বৰা মৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা  অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা মৈমনসিংহৰ নামেৰেই পৰিচিত সেই অসামান্য সংকলন, মৈমনসিংহ গীতিকা ৷ আজিৰ পৰা এশ বছৰ পূৰ্বে ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল এই…

হাতুৰি

মূল (ইংৰাজী) : কাৰ্ল ছেণ্ডবাৰ্গ  অনুবাদ : জ্যোতিশিখা দত্ত মই দেখিছোঁ পুৰণি ঈশ্বৰৰ প্ৰস্থান আৰু নতুন ঈশ্বৰৰ প্ৰৱেশ দিনৰ পাছত দিন আৰু বছৰৰ পাছত বছৰ মূৰ্তিবোৰৰ পতন আৰু মূৰ্তিবোৰৰ উত্থান আজি মই হাতুৰিক প্ৰাৰ্থনা কৰোঁ। টোকা : কাৰ্ল ছেণ্ডবাৰ্গ (জন্ম…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১২)   হাতীৰ মৰম আৰু নাতিৰ মৰম একেই— পাহৰিব নোৱৰা। কিন্তু দুৰ্ভাগ্য যে ষ্টেপানে আজিলৈকে হাতীৰ মৰমো পোৱা নাই, নাতিৰ মৰমো পোৱা নাই। অৱশ্যে তেওঁ মলেঁয়াৰ মৰম পাইছে। মলেঁয়াৰ মৰমেৰে জীপাল হৈ আছে তেওঁ। তথাপি তেওঁ নাতিৰ…

ৰঘুবংশ

 মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত  || ঊনবিংশ অধায় || জীৱনৰ বেলি পশ্চিম পালেহি জিতেন্দ্ৰিয় ৰাঘৱ সুদৰ্শনৰ, অগ্নিৰ দৰে তেজস্বী পুত্ৰ অগ্নিবৰ্ণক দি ৰাজ্যভাৰ, পশ্চিমৰ নৈমিষাৰণ্যলৈ সন্ন্যাসৰ বাবে কৰিলে গমন । অগ্নিবর্ণমভিষিচ্য ৰাঘবঃ স্বে পদে তনয়মগ্নিতেজসম্ |…

সাগৰৰ গোলাপ

মূল : জোৱান ৰেমন জিমিনেজ (Juan Ramon Jimenez, স্পেইন) ১৯৫৬ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী স্পেনিশ্ব কবি অনুবাদ : ড° ৰঞ্জিত দত্ত বগা জোনটোৱে সাগৰৰ পৰা লৈ গ’ল সাগৰ আৰু  আকৌ   ওভতাই  দি গ’ল সাগৰক। ধুনীয়া, শান্ত-সৌম্য আৰু পৱিত্ৰতাৰে সকলোকে…

ভয়ংকৰ উপস্থিতি

মূল : ফেডেৰিকো গাৰ্থিয়া লৰকা অনুবাদ : নীলমণি ফুকন   পানীয়ে তাৰ গতি হেৰুওৱাটো মই বিচাৰো৷ বতাহে তাৰ উপত্যকাবোৰ হেৰুওৱাটো বিচাৰো৷   ৰাতিয়ে তাৰ চকু হেৰুওৱাটো বিচাৰো অৰু মোৰ হৃদয়ে তাৰ স্বৰ্ণ-পুষ্প;   প্ৰকাণ্ড পাতবোৰৰ লগত ষাঁড়টোৱে কথা কোৱাটো বিচাৰো…

ৰঘুবংশ

 মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || সপ্তদশ অধ্যায় || ৰাতিৰ শেষপ্ৰহৰৰ পৰা চেতনাই প্ৰশান্তি আহৰণ কৰাৰ দৰে, তেনেকৈয়ে কুমুদ্বতীয়ে জন্ম দিলে  কাকুৎস্থ বংশধৰ অতিথি নামে । অতিথিং নাম কাকুৎস্থাৎপুত্রং প্রাপ কুমুদ্বতী | পশ্চিমাদ্যামিনীয়ামাৎপ্রসাদমিব চেতনা|| ১৭-১|| সূৰ্যই…

চগিৰণ

মূল : হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা ধানমণ্ডি তিনি নম্বৰ ৰোডৰ ফ্লেট এটাত চগিৰণে কাম এটা পাইছে। কেঁ‌চুৱা ৰখাৰ কাম। কেঁ‌চুৱাৰ বয়স তেৰ মাহ। নাম টুলটুল। টুলটুলে খোজ কাঢ়িব পাৰে। দুই এটা শব্দও ক’ব পাৰে। যেনে- দুদু,…