Category অনুবাদ

তুমি ভাল নহয়

তুমি ভাল নহয় (You’re No Good) মূল  : ব’ব ডিলান * (২৪ মে, ১৯৪১-) অনুবাদ : ড° ৰঞ্জিত দত্ত জানা, মই নিজেই নাজানো কিয় মই বিচৰা ধৰণেই ভাল পাওঁ তোমাক; পৃথিৱীৰ  কোনোৱেই  পাব নোৱাৰিব তোমাক  এনেকৈ অতি একান্তভাৱে, তোমাৰ হয়তো…

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত চতুৰ্থ অধ্যায় ।। হেমন্ত বৰ্ণনা ।। ।। অথ হেমন্তঃ ।। প্ৰবালৰ দৰে নৱপল্লৱেৰে ৰম্য শস্যৰ তলী উৎফুল্লিত বিকশিত লোধ্ৰ পৰিপক্ক শালিখেতি, পদুম এতিয়া হ’ল অন্তৰ্ধান আৰম্ভ হ’ল হিমপাত এইদৰেই আহি হেমন্তকাল হ’ল সমাগত । নৱপ্রৱালোদ্গমসস্যৰম্যঃ…

স্কেচ্ছ translation-june-2024

 মূল : কবি গুলজাৰ অনুবাদ : পাপু মজুমদাৰ (কবি পৰিচিতি : ১৯৩৪ চনৰ ১৮ আগষ্ট এটা পাঞ্জাৱী পৰিয়ালত জন্ম হৈছিল সম্পূর্ণ সিং কালৰাৰ। যি গৰাকী ব্যক্তি আমাৰ ওচৰত কবি গুলজাৰ চাহাব হিচাপে অধিক জনপ্রিয়।) মনত আছে এদিন মোৰ টেবিলত বহি…

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত   তৃতীয় অধ্যায় ।। শৰৎ বৰ্ণনা ।।   শুকুলা কঁহুৱাৰ বস্ত্ৰ পৰিধান কৰি, বিকশিত কমলৰ দৰে যাৰ মনোহৰ মুখশ্ৰী, উন্মাদ হংসৰ ৰৱ যাৰ নূপুৰৰ ৰম্য ধ্বনি, লাৱনী দেহৰ বৰণ যেন পৰিপক্ক ধানৰ নৰা, আহিল ৰমণীয়া…

ৰামায়ণৰ এটা অধ্যায়

মূল : বনফুল (বাংলা) অসমীয়া অনুবাদ : বাসুদেব দাস (অভিনয় কাণ্ড) সীতাক বনবাসলৈ পঠাই ৰাম পত্নীশোকত উন্মাদৰ নিচিনা হৈ পৰিছে। তেওঁ কেৱল ভাবি থাকিল – ‘মই বৰ অবিচাৰ কৰিছোঁ।‘         কুলগুৰু বশিষ্ঠক তেওঁ ক‘লে— ‘গুৰুদেৱ, অবিচাৰ! এয়া ঘোৰ অবিচাৰ; সীতাৰ কোনো অপৰাধ নাই-…

অনন্য দিনবোৰ

কবি – বৰিছ পেচটাৰনাক,  ৰাছিয়া (১৯৫৮ চনৰ সাহিত্যৰ ন’বেল বঁটা ) অনুবাদ : ড° ৰঞ্জিত দত্ত কেনেকৈনো সুঁৱৰিম  অয়নান্তৰ সেই দিনবোৰৰ  কথা, বহু  দিনৰ আগেয়েই বহুতে লিখি শেষেই কৰিলে সেই সকলোবোৰ। একেবোৰকে  বাৰে বাৰে দোহাৰি থাকিব নোৱাৰি, সেয়া আছিল অনন্য!…

মৃত্যুৰ পথেৰে

 মূল : পাবলো নেৰুডা অনুবাদ : মৃদুল শৰ্ম্মা    তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা ;  যদি তুমি ভ্ৰমণ নকৰাঁ,  যদি তুমি  পঢ়া-শুনা নকৰাঁ,  যদি তুমি জীৱনৰ শব্দবোৰক নুশুনা,  যদি তুমি নিজে নিজক মূল্যায়ন নকৰাঁ।  তুমি লাহে লাহে মৰিবলৈ আৰম্ভ…

কলা কি?

  মূল : লিও টলষ্টয়ৰ ‘What is Art?’  অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস মই আৰম্ভ কৰিম নন্দনতত্বৰ পিতৃ ব’মগাৰ্টেন (১৭১৪-১৭৬২)-অৰ কথাৰে । ব’মগাৰ্টেনৰ মতে যৌক্তিক জ্ঞানৰ লক্ষ্যবস্তু হৈছে সত্য, নন্দনতাত্ত্বিক (অৰ্থাৎ ইন্দ্ৰিয়গত) জ্ঞানৰ লক্ষ্যবস্তু হৈছে সৌন্দৰ্য । সৌন্দৰ্য হ’ল ইন্দ্ৰিয়বোধৰ দ্বাৰা…

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত  দ্বিতীয় অধ্যায় ।। অথ বর্ষা ।। হে প্ৰিয়া ! ৰাজ-ৰাজেশ্বৰৰ দৰে বৰ্ষাঋতু সমাগত । জলকণাপূৰ্ণ মেঘ তেওঁৰ মদমত্ত হাতী ব্ৰজৰ গৰ্জন তেওঁৰ নাগাৰাৰ ধ্বনি । বিজুলী তেওঁৰ পতাকা, উদ্ধত ৰাজকীয় দ্যুতিৰে আহিল  কামুক পুৰুষৰ প্ৰিয় ঋতু…

মেহমুদ ডাৰউইচ

অনুবাদ-ড°ৰঞ্জিত দত্ত মেহমুদ ডাৰউইছৰ জন্ম হয় ১৯৪১ চনৰ  ১৩ মাৰ্চ তাৰিখে  পেলেষ্টাইনৰ অ’ল বি’ৰৱা  চহৰত । সৰুৰে পৰাই কবিতাৰ প্ৰতি আগ্ৰহী পেলেষ্টাইনৰ এই জাতীয় কবি গৰাকীৰ সাহিত্য কৰ্মৰাজিৰ ভিতৰত উল্লেখনীয় গ্ৰন্থসমুহ হ’ল-Tragedy of daffodils, comedy of silver (1989), I see what…