অমৰত্ব
মূল (ইংৰাজী) : ক্লেৰ হাৰ্ণাৰ অসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ মোৰ শ্মশান ঘাটত ৰৈ উচুপি নাথাকিবা মই তাত নাথাকোঁ মই মৃত্যুঞ্জয় মই সহস্ৰ বতাহ বলি থাকোঁ মই সেই হীৰা বৰফত উজলি থাকোঁ মই পকা ধাননিৰ ওপৰত বেলিৰ কিৰণ মই ফাগুনৰ …
মূল (ইংৰাজী) : ক্লেৰ হাৰ্ণাৰ অসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ মোৰ শ্মশান ঘাটত ৰৈ উচুপি নাথাকিবা মই তাত নাথাকোঁ মই মৃত্যুঞ্জয় মই সহস্ৰ বতাহ বলি থাকোঁ মই সেই হীৰা বৰফত উজলি থাকোঁ মই পকা ধাননিৰ ওপৰত বেলিৰ কিৰণ মই ফাগুনৰ …
মূল : মেক্সিম গৰ্কি ভাবানুবাদ : যশোৱন্ত নিপুণ গ্ৰীষ্মৰ এনিশা নগৰৰ প্ৰান্তৰ এক জনশূন্য পথত মই এটা অদ্ভুত দৃশ্য দেখিছিলোঁ : এজনী তিৰোতাই ডাঙৰ দোঙ এটাৰ মাজত থিয় হৈ সৰু ল’ৰাৰে দৰে ভৰি মাৰি, খেদালি খেদালি বোকাপানীবোৰ ছিটিকাইছে- ভৰি মাৰিছে আৰু নাকী সুৰেৰে…
মূল : লিও টলষ্টয়ৰ ‘What is Art?’ অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস (৩) ৰাছিয়ান ভাষাত krasota (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ যিবোৰে আমাৰ দৰ্শনেন্দ্ৰিয়কহে মাথোন আনন্দ দিয়ে। আৰু যদিও শেহতীয়াকৈ মানুহে ‘এটা জঘন্য কৰ্ম’ অথবা ‘সুন্দৰ…
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত প্ৰথম অধ্যয় ।। অথ গ্রীষ্মঃ ।। ।। গ্ৰীষ্ম বৰ্ণনা ।। এতিয়া গ্ৰীষ্ম । সূৰুযৰ কি প্ৰচণ্ড উত্তাপ মোহনীয় হৈ পৰিছে জোনাক । কমিছে জলাধাৰৰ জল নিৰন্তৰ স্নান আৰু অৱগাহনত । এতিয়া দিনৰ অন্তত ৰমণীয়…
নীলোৎপল বৰুৱা যিখিনি সময়ত ক্ষুদ্ৰ জাতিসত্বাসমূহৰ সকলো ধৰণৰ ভাষিক, সাংস্কৃতিক কুচকাৱাজ লোপ পোৱাৰ লক্ষণ কুৎসিতভাৱে দৃষ্টিগোচৰ হৈছে, ঠিক তেনেকুৱা সময়তে বড়ো ভাষাৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল স্বৌৰাং মঞ্জু থিয়েটাৰে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে৷ এই ভূখণ্ডটোৰ বাবে ই নিশ্চিতি আৰু…
মূল (ফৰাচী) : ঝাক প্ৰেভে’ৰ (Jackoes Prevert) অনুবাদ : প্ৰশান্ত মিশ্ৰ (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা) পিয়লাটোত তেওঁ অকণমান ক‘ফি ল‘লে ক‘ফিৰ পিয়লাটোত তেওঁ গাখীৰ বাকিলে গাখীৰমিহলি ক‘ফি পিয়লাত তেওঁ চেনি মিহলালে ক‘ফিৰ পিয়লাটোৰ মিশ্ৰণখিনি তেওঁ সৰু চামোচ এখনেৰে লৰাই…
(ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?’ গ্ৰন্থৰ Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰপৰা) অনুবাদ : ড০ বিৰিঞ্চি কুমাৰ দাস (২) প্ৰতিখন বে’লে’, চাৰ্কাছ, অপেৰা, অপেৰেট্টা, প্ৰদৰ্শনী, ছৱি, কনচাৰ্ট বা ছপা কিতাপৰ উৎপাদন কৰিবলৈ হেজাৰ হেজাৰ মানুহৰ কঠোৰ আৰু অনিচ্ছাকৃত শ্ৰমৰ প্ৰয়োজন…
অমৃত গোস্বামী আইতা-ককা-দেউতাহঁতৰ মুখত আমি সৰু হৈ থাকোঁতে শুনিবলৈ পোৱা, বা পাছত ডাঙৰ হৈ নিজে পঢ়া ৰূপকথা বা সাধুকথা একোটাৰ দৰেই কাহিনীটো৷ মই যিটো কাহিনীৰ কথা ক’বলৈ বিচাৰিছোঁ সেইটো হ’ল বিখ্যাত ভাৱাল সন্ন্যাসীৰ কাহিনীটো৷ এই জীৱন-মৃত্যুৰ অৱসানৰ কাহিনীটো…
মূল : বাৰ্টোল্ট ব্ৰেখট বাংলা অনুবাদ : নাসিৰ উজ জামান অসমীয়া অনুবাদ : ৰুদ্ৰ সিংহ মটক সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰে আপোনাৰ টুটি অহা সৰ্বশেষ নিশ্বাসৰ পৰাই। যি ঘটিছে সেয়াতো ঘটিয়ে গ’ল। আৰু…
মূল : হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা থাৰ্ড পিৰিয়ডত প্ৰণৱবাবুৰ ক্লাছ নাই। তেওঁ আলোচনী এখন বিচাৰি কমনৰূমলৈ সোমাই আহিল। স্কুলখনত আলোচনী বুলিবলৈ এই এখনেই। নিজৰ পঢ়া শেষ নোহোৱালৈকে সেইখন হেডমাষ্টৰ মহাশয়ে নিজৰ কোঠালিতে ৰাখি থয়। আজি পিছে…